‘চাবুৱা লাইভ’ৰ বিৰুদ্ধে অপপ্ৰচাৰ সংবাদ পত্ৰতঃ কি ক’লে যুগল বৰুৱাই?

ডিজিটেল সংবাদ, চাবুৱাঃ ৰাজ্যৰ এখন জনপ্ৰিয় কাকতত 'চাবুৱা লাইভ'ৰ বিৰুদ্ধে প্ৰকাশ হৈছিল এটা বাতৰি। কাকতখনৰ চাবুৱাৰ সাংবাদিকজনে সম্পূৰ্ণ আক্ৰোশমূলকভাৱে চাবুৱাৰ এজন বিশেষ ব্যক্তিৰ উদ্ধৃতি দি প্ৰকাশ কৰিছিল বাতৰিটো। প্ৰকৃতাৰ্থত চাবুৱা লাইভৰ…

তামুলপুৰত বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সংবাদ মেল

তামুলপুৰ 3 অক্টোবৰ অসমৰ ভূমিপুত্ৰ বৰ্মন কছাৰী সকলে অসম ভূ-খণ্ডত যুগ যুগ ধৰি বাস কৰি আহিছে ৷ ইতিহাসৰ পাত লুটিয়াই চালে বৰ্মন বংশৰ ৰজা সকলৰ বিৱৰণ পোৱা যায় ৷ অসমত জনজাতিৰ স্বীকৃতি পোৱা বৰ্মন-কছাৰী সকল একাংশ প্ৰশাসনিক…

মুখ্যমন্ত্ৰীৰ জন্মস্থানৰ মুকবধিৰ যুৱকৰ চমক, সহায়ৰ প্ৰয়োজন

ডিজিটেল ৰিপৰ্টঃ মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাৰ এজন মুকবধিৰ যুৱকে সৃষ্টি কৰিছে চমক। ইতিমধ্যে মুকবধিৰ যুৱক জনে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ…

মহানগৰীৰ বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান জেজী’ ৰ উদ্যোগত ৰাজ্যিক ভিত্তিক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন

চাংসাৰি, ১৯ আগষ্ট : বিগত বৰ্ষৰ দৰে এইবেলিও মহানগৰীৰ বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান জেজীৰ উদ্যোগত আমবাৰীস্হিত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অহা ২০ আগষ্ট সোমবাৰে এখনি ৰাজ্যিক ভিত্তিত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ এই…

বাজপেয়ীৰ মৃত্যুত গুৱাহাটী আই আই টিৰ গভীৰ শোক প্ৰকাশ

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, মহান মানৱতাবাদী নেতা, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত আধুনিক ভাৰতৰ নিৰ্মাতা এজন যুগপুৰুষক হেৰুৱালে ভাৰতবাসীয়ে । দেশ আৰু মাতৃভূমিৰ হকে কাম কৰিবলৈ জনতাক মাৰ্গদৰ্শন দিয়া বাজপেয়ী আছিল বঞ্চিতজনৰ আশাৰ প্ৰদীপ,…

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি কঁপালে মটক যুৱ-ছাত্র সন্মিলনে:

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতিকৰণৰ দাবীত মটক জনগোষ্ঠীক প্ৰৱঞ্চনাৰ অভিযোগ তুলি শনিবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ গৃহ সমষ্টি উত্তাল কৰি তোলে মটক যুৱ-ছাত্ৰ সন্মিলনে। ৮ অাগষ্টৰ পৰা জনজাতিকৰণৰ দাবীত অাৰম্ভ কৰা বাইক ৰেলী…

হেঁপাহৰ সপোন আধৰুৱা কৰি গুচি গল-বাজপেয়ী

ডিজিটেল ডেস্কঃ আধৰুৱা সপোন বুকুত বান্ধি বিদায় মাগিলে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.০৫ বজাত দেশবাসীক কন্দোৱাই অজান দেশলৈ গুচি গল জনতাৰ নেতা বাজপেয়ীয়ে। অসম তথা উত্তৰ-পূব্বাঞ্চলক…