Browsing Category

খেল-ধেমালি

বিশ্ব বক্সিঙত অসম সন্তানে দেখুৱাব চমক

বিশ্ব বক্সিঙত ইতিহাস ৰচিবলৈ সাজু দুগৰাকী অসমসন্তান। আজি পদক জয়ৰ লক্ষ্যৰে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব লাভলিনা বৰগোহাঁই আৰু ভাগ্যৱতী কছাৰী। ৬৯ কেজি শাখাত অৱতীৰ্ণ হ’ব লাভলীনাই অষ্ট্ৰেলিয়াৰ ফ্ৰান্সেছ স্কটৰ মুখামুখি হ’ব। ৮১…

ষষ্ঠ বাৰ্ষিক উমেশ গগৈৰ সোৱৰণি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলা লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকুল মাজগাঁৱস্থিত লাহোৱাল গ্ৰাম্য ক্ৰীড়া খেলপথাৰত দেওবাৰৰ পৰা ষষ্ঠ বাৰ্ষিক উমেশ গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। পুৱা পতাকা উত্তোলন কৰে লাহোৱাল ক্ৰীড়া…

আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতা সামৰণি

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলা ছাত্ৰ সন্হাৰ আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতাখন কালি সফল সামৰণি পৰে৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত ৮, ৯ আৰু ১০ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে 'আছু'ৰ শ্বহীদ…

ৰাষ্ট্ৰীয় কাৰাটেত ডিব্ৰুগড় জিলাৰ সাফল্য

ডিজিটেল সংবাদ, লাহোৱালঃ তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা ২৬ অক্টোবৰৰ পৰা গুৱাহাটীৰ সৰুসজাই নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা তৃতীয় বাৰ্ষিক মিৱা কাপ টেনচিন কান ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড় জিলাৰ…

জেৰাই গাঁৱত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, চাবুৱাঃ ডিব্ৰুগড় চাবুৱা জেৰাই গাঁৱত আজি অনুষ্ঠিত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত চেতিয়া পথাৰ এফ চিয়ে বিজয় সাব্যস্ত কৰে। জেৰাই খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাত আজি চেতিয়া পথাৰ এফ চি বনাম  শ্ৰীপুৰীয়া একাডেমী মাজত অনুষ্ঠিত হয়।…

ডিব্ৰুগড়ত প্ৰথমবাৰলৈ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ

ডিজিটেল ডেস্কঃ আজিৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা। প্ৰথমবাৰৰ ৰাজ্যৰ গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা ৬৪ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰিলে শক্তিমন্ত্ৰী তপন গগৈয়ে। গুৱাহাটী ক্ৰীড়া সন্থাৰ তত্বাৱধনাত…

ডিব্ৰুগড় জিলা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা

ডিজিটেল সংবাদ ,লাহোৱালঃ ডিব্ৰুগড় জিলা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাখনি অহা ১০ আৰু ১১ নৱেম্বৰত চাবুৱা চেতিয়াগাওঁ খেল পথাৰত আয়োজন কৰিছে ৷ উক্ত প্ৰতিযোগিতাৰ পৰাই শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতালৈ প্ৰতিযোগী…

এদিনীয়া ক্ৰিকেট মেচঃ আজি গুৱাহাটীত উপস্থিত হব ভাৰত-ৱেষ্ট ইণ্ডিজ দল

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজ দল। ২১ অক্টোবৰত বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট মেচ। হায়দৰাবাদৰ পৰা বিশেষ বিমানেৰে আহিব দুয়োটা দল। ১৭ অক্টোবৰত আহিব বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়া।…

টেঙাখাট এফ চি চি দল ফাইনেইলত প্ৰৱেশ   

বিজুত বৰুৱা, পানীতোলাঃ গন্ধিয়া যুৱক সংঘৰ উদ্যোগত আৰু বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত, গন্ধিয়া গাঁও খেলপথাৰত অনুষ্ঠিত হৈ থকা, "স্বৰ্গীয় ৰুহিনী গোহাঁই" সোঁৱৰণী দশম বাৰ্ষিক আমন্ত্ৰণমূলক…

গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটঃ ১১ অক্টোবৰৰ পৰা অনলাইন টিকট

ডিজিটেল স্পৰ্টছঃ ২১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। গুৱাহাটীৰ বৰ্ষাপাৰাত ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া মেচখন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে অসম ক্ৰিকেট সন্থাই পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে।…