Browsing Category

সম্পাদকীয়

অসম আৰু অসমীয়াৰ কিছু কথা:নাছিম আহমেদ

NASIM AHMED Lovely Professional University কবলৈ দোষ লাগে যদিও নিৰ্বাচন শুনিলে আমাৰ মনত এতিয়া ঘৃণাৰ ভাৱ হয় । সৰু থাকোঁতে নিৰ্বাচন শুনিলে বহু কথা ভাবিছিলোঁ মনত ভাল নেতা ভাল ব্যক্তি এজনে নিজৰ ব্যক্তিগত স্বাৰ্থ এৰি সমাজৰ হকে কিবা কৰিবলৈ…

অসমীয়া জাতি যুঁজি যুঁজি জীয়াই থকা এটি পৰাক্ৰমী জাতি

অসমীয়া জাতি যুঁজি যুঁজি জীয়াই থকা এটি পৰাক্ৰমী জাতি। যেতিয়াই সংকট আহিছে, তেতিয়াই এই জাতিয়ে গঢ়ি তুলিছে অনৱদ্য প্ৰতিৰোধ। সেয়ে অসমীয়াৰ প্ৰেৰণাৰ উৎস হৈ আহিছে শৰাইঘাটৰ মহাৰণ-য'ত জাতি-ধৰ্মৰ বিভেদ পাহৰি সকলো অসমীয়া একত্ৰিত হৈছিল।   একেবাৰে…

বয়োজ্যেষ্ঠ ব্যক্তি বনাম আমি

বিংশ শতিকাৰ বিশ্বায়ন আৰু মানৱ সভ্যতাৰ চূড়ান্ত উৎকৰ্ষ সাধনৰ আজি এই প্ৰেক্ষাপটত সততে আলোচিত হোৱা বিভিন্ন বিষয় সমূহৰ মাজত আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে বয়োজেষ্ঠ ব্যক্তি বনাম আমি৷ বয়োজ্যেষ্ঠ ব্যক্তি বনাম আমি, জীৱনৰ অভিজ্ঞতাময় শিক্ষাৰে…

জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম, জানিয়া সবাৰো পৰি কৰিবা প্ৰণাম বুলি কৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া সমাজ সংগঠিত কৰিছিল। সেইগৰাকী মহান পুৰুষ, অসমীয়াৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭০ তম জন্ম জয়ন্তী। পবিত্ৰ জন্ম জয়ন্তীত গুৰু…

মই দধীয়াৰ পৰা কৈছো…

এই মুহূৰ্তত মই দধীয়াত আছো। এই লেখা লিখি আছো দধীয়াৰ পৰাই। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ মাজত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ জন এলেকা দধীয়া। ই ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত। ১৯৫৭ চনতে চৰকাৰে সংস্থাপিত কৰা হৈছিল…

অভিশপ্ত দিখৌমুখঃ কি হ’ব হৰেণ বৰাৰ পৰিয়ালৰ?

এক শিহৰণকাৰী ঘটনা। গাঁৰ নোম শিয়ৰি উঠা এক শিহৰণকাৰী ঘটনাই জোঁকাৰি গৈছে ৰাজ্যক। শিৱসাগৰৰ আত্মীয়ৰ ঘৰৰ পৰা গুৱাহাটীৰ বাসগৃহলৈ বুলি উভটি যোৱাৰ পথতে দিখৌমুখত সংঘটিত হৈছিল সেই শিহৰণকাৰী ঘটনাটো। ৫ জনীয়া এটা পৰিয়াল নিমিষতে নোহোৱা হৈ পৰিছিল দিখৌৰ…