Browsing Category

অসম

অমিত শ্বাহক হাগ্ৰামাৰ স্মাৰক পত্ৰ

অমিত শ্বাহক স্মাৰক পত্ৰ হাগ্ৰামা মহিলাৰীৰ। বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে কেইবাটাও দাবী বিপিএফৰ। অনুসূচিত জনজাতি সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ দাবীৰ লগতে বিধেয়কত কাৰ্বি আৰু বড়োক অন্তৰ্ভুক্ত কৰাৰ দাবী। ২০০৩ চনত স্বাক্ষৰিত বড়ো…

মিত্ৰতাৰ বিৰুদ্ধে গৈ বহিস্কৃত অগপৰ দুই নেতাক

অগপৰ ২ সদস্যক এবছৰৰ বাবে অব্যাহতি। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা নীৰেন শৰ্মা আৰু হৰেশ ভূঞাক অব্যাহতি অগপৰ। অগপ আৰু বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা কৰিছিল। যোৰহাট অগপ কাৰ্যালয়ত দাহ কৰিছিল প্ৰতিকৃতি। অতুল বৰা, কেশৱ মহন্ত আৰু…

কৰিমগঞ্জত অব্যাহত চোৰাং গৰুৰ সৰবৰাহ

কৰিমগঞ্জত ৬ চোৰাং গৰু ব্যৱসায়ীক আটক। আৰক্ষীয়ে লোককেইজনৰ পৰা জব্দ কৰে দুটা গৰুৰ লগতে এখন টাটা ডি আই আৰু এখন এল্ট’ গাড়ী। ধৃত লোককেইজনৰ নাম আব্দুল হক, চিৰাজ উদ্দিন, আব্দুল ৰহমান, হাচিব উদ্দিন, চাহিমুল উদ্দিন আৰু জহিৰুল উদ্দিন।…

পেঙেৰীত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

পেঙেৰীত বহু পৰিমাণৰ গুলীসহ মেগজিন উদ্ধাৰ। ৫৬ জাই সজীৱ গুলীৰ সৈতে উদ্ধাৰ তিনিটা মেগজিন। সেনা–আৰক্ষীৰ অভিযানত পেঙেৰী থানাৰ অন্তৰ্গত নলনীৰ এখন পথাৰত উদ্ধাৰ হয় সমগ্ৰীখিনি। এই ঘটনাক লৈ আতংকিত অঞ্চলবাসী। গাঁওখনত সেনা–আৰক্ষীয়ে…

ৰাজ্যৰ তিনি ঠাইত ভয়ংকৰ অগ্নিকাণ্ড

ৰাজ্যৰ তিনি ঠাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। তেজপুৰ, হাইলাকান্দি আৰু ডিব্ৰুগড়ত সংঘটিত হৈছে অগ্নিকাণ্ড। তেজপুৰৰ তল-কলিবাৰীৰ পৰিত্যক্ত ভূমিত ভয়ংকৰ অগ্নিকাণ্ড৷ ডি আই জি বাংলোৰ সমীপত সূত্ৰপাত ঘটা জুই নিৰ্বাপিত কৰে স্থানীয় লোকে৷…

লংকাত ৰেল অৱৰোধ

লংকাত NFRPWO উদ্যোগত ১২ ঘণ্টীয়া ৰে’ল অৱৰোধ। লংকাৰ ষ্টেচনত বিশেষ ৰে’ল ৰখোৱাৰ দাবীত পুৱাৰে পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰে’ল অৱৰোধ কাৰ্যসূচীত শতাধিক লোকৰ অংশগ্ৰহণ। প্ৰতিবাদৰ ফলত হোজাইত অবধ আছাম এক্সপ্ৰেছ আৰু লামডিঙত আবদ্ধ হৈ…

অগপৰ তিনি পদত্যাগী মন্ত্ৰীয়ে উঠাই লব পদত্যাগ পত্ৰ

মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ ৰাওনা অগপৰ পদত্যাগী ৩ মন্ত্ৰী। আজি পুনৰ নিজৰ দায়িত্ব চমজি ল’ব অগপৰ ৩ মন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব ৩ মন্ত্ৰীয়ে। বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈয়ে ৰাওনা…

বিজেপিৰে মিত্ৰতা নকৰে এন পি পিয়ে

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা এন পি পিয়ে নকৰে বুলি স্পষ্ট কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। নিৰ্বাচনৰ পিছত প্ৰয়োজন হ’লে মিত্ৰতাৰ কথা ভাবিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। ইপিনে সমাগত লোকসভা…

অগপ-বিজেপিৰ পুনৰ মিলন

ডিজিটেল ডেস্কঃ অৱশেষত বহু জল্পনা কল্পনাৰ অন্ত পেলাই পুনৰ মিত্ৰতাৰ পাশত আৱদ্ধ হল বিজেপি-অগপ। কালি নিশা হোটেল ৰেডিছন ব্লুত হোৱা বৈঠকৰ পিছতে অগপ-বিজেপিৰ মিত্ৰতাৰ সম্পৰ্কত আনুষ্ঠানিক ঘোষণা কৰে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ সিঙে। কংগ্ৰেছক…

পেট্ৰল পাম্পত ডকাইতিঃ এন এছ ইউ আই কৰ্মীক আটক

ডিজিটেল ডেস্কঃ ট্ৰ’ল পাম্পত ডকাইতি কৰিবলৈ আহি জালত পৰিল ৩ এন এছ ইউ আই কৰ্মী। মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ সমীপত থকা ৰাজ চাৰ্ভিছ নামৰ পেট্ৰ’ল পাম্পত নিশা ৰ’ড, লাঠী লৈ ডকাইতি কৰিবলৈ আহি গ্ৰেপ্তাৰ হল ৩ এন এছ ইউ আই কৰ্মী। জানিব পৰামতে পেট্ৰ’ল…