Browsing Category

অসম

ৰাজ্যৰ তিনি ঠাইত ভয়ংকৰ অগ্নিকাণ্ড

ৰাজ্যৰ তিনি ঠাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। তেজপুৰ, হাইলাকান্দি আৰু ডিব্ৰুগড়ত সংঘটিত হৈছে অগ্নিকাণ্ড। তেজপুৰৰ তল-কলিবাৰীৰ পৰিত্যক্ত ভূমিত ভয়ংকৰ অগ্নিকাণ্ড৷ ডি আই জি বাংলোৰ সমীপত সূত্ৰপাত ঘটা জুই নিৰ্বাপিত কৰে স্থানীয় লোকে৷…

লংকাত ৰেল অৱৰোধ

লংকাত NFRPWO উদ্যোগত ১২ ঘণ্টীয়া ৰে’ল অৱৰোধ। লংকাৰ ষ্টেচনত বিশেষ ৰে’ল ৰখোৱাৰ দাবীত পুৱাৰে পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰে’ল অৱৰোধ কাৰ্যসূচীত শতাধিক লোকৰ অংশগ্ৰহণ। প্ৰতিবাদৰ ফলত হোজাইত অবধ আছাম এক্সপ্ৰেছ আৰু লামডিঙত আবদ্ধ হৈ…

অগপৰ তিনি পদত্যাগী মন্ত্ৰীয়ে উঠাই লব পদত্যাগ পত্ৰ

মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ ৰাওনা অগপৰ পদত্যাগী ৩ মন্ত্ৰী। আজি পুনৰ নিজৰ দায়িত্ব চমজি ল’ব অগপৰ ৩ মন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব ৩ মন্ত্ৰীয়ে। বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈয়ে ৰাওনা…

বিজেপিৰে মিত্ৰতা নকৰে এন পি পিয়ে

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা এন পি পিয়ে নকৰে বুলি স্পষ্ট কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। নিৰ্বাচনৰ পিছত প্ৰয়োজন হ’লে মিত্ৰতাৰ কথা ভাবিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। ইপিনে সমাগত লোকসভা…

অগপ-বিজেপিৰ পুনৰ মিলন

ডিজিটেল ডেস্কঃ অৱশেষত বহু জল্পনা কল্পনাৰ অন্ত পেলাই পুনৰ মিত্ৰতাৰ পাশত আৱদ্ধ হল বিজেপি-অগপ। কালি নিশা হোটেল ৰেডিছন ব্লুত হোৱা বৈঠকৰ পিছতে অগপ-বিজেপিৰ মিত্ৰতাৰ সম্পৰ্কত আনুষ্ঠানিক ঘোষণা কৰে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ সিঙে। কংগ্ৰেছক…

পেট্ৰল পাম্পত ডকাইতিঃ এন এছ ইউ আই কৰ্মীক আটক

ডিজিটেল ডেস্কঃ ট্ৰ’ল পাম্পত ডকাইতি কৰিবলৈ আহি জালত পৰিল ৩ এন এছ ইউ আই কৰ্মী। মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ সমীপত থকা ৰাজ চাৰ্ভিছ নামৰ পেট্ৰ’ল পাম্পত নিশা ৰ’ড, লাঠী লৈ ডকাইতি কৰিবলৈ আহি গ্ৰেপ্তাৰ হল ৩ এন এছ ইউ আই কৰ্মী। জানিব পৰামতে পেট্ৰ’ল…

আজি বিজেপিত যোগ দিব কংগ্ৰেছৰ দুই প্ৰভাৱশালী নেতাই

ডিজিটেল সংবাদঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছত আৰম্ভ হৈছে খহনীয়া। বিশেষকৈ প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাটে তীব্ৰতৰ ৰূপ লৈছে দেশৰ অন্যতম বিৰোধী দলটোক। ইয়াৰ মাজতে বিজেপিত যোগদানৰ সম্ভাৱনা আছে কংগ্ৰেছৰ দুই প্ৰভাৱশালী নেতাই। ‘বৰাকৰ ৰজা’ তথা…

অগপৰে বিজেপিৰ মিত্ৰতা অসম্ভৱ

ডিজিটেল সংবাদঃ অগপৰ সৈতে বিজেপিৰ মিত্ৰতা এতিয়া অসম্ভৱ। তৃণমূল কৰ্মীয়ে মিত্ৰতা বিচৰা নাই। এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ-মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপ আৰু বিজেপিৰ মাজত ব্যৱধান…

নিৰ্বাচনী বিধি উলংঘা নকৰিবলৈ আহ্বান জিলা উপায়ুক্তৰ

ডিজিটেল সংবাদ, বাক্সাঃ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতে নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন৷ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ তিনিটা বিধানসভা সমষ্টিত ভোটদান শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ…

বিষাক্ত সুৰা খাই সন্ধানহীন যুৱক

নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱৰ বিষাক্ত সুৰা খাই অসুস্থ হোৱা দীপক ৰাজবংশী সন্ধানহীন। সুৰা খাই অসুস্থ হৈ চিকিৎসাৰ বাবে গৈছিল গোলাঘাটলৈ। সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা সন্ধানহীন লোকজন। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা…