Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

ৰীমা দাসৰ ‘বুল বুল কেন ছিং’ৰ সফলতা

ডিজিটেল ডেস্কঃ অস্কাৰ দৌৰৰ পৰা ৰীমা দাসৰ পৰিচালিত ছৱি ভিলেজ ৰকষ্টাৰ বাহিৰ হোৱাৰ পিছত সুখবৰ আহিছে ৰীমা দাসৰ আন এক ছবি ‘বুল বুল কেন ছিং’। সন্মানীয় বাৰ্লিন চলচ্চিত্ৰ মহোত্সৱলৈ নিৰ্বাচিত হৈছে ছবিখন। Generation competition শাখাত প্ৰদৰ্শিত…

বিজেপিৰে মিত্ৰতা নকৰে এম এন এফে

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছ কৰিবলৈ গৈ নিজেই অৱহেলিত হোৱাৰ দিশে শাসকীয় দল বিজেপি। নেডাৰ সহযোগী দল এম এন এফে বিজেপিৰ সৈতে মিত্ৰতা নকৰে বুলি কৰা মন্তব্যৰ পিছতে জোকাৰণিৰ সৃষ্টি হৈছে দেশৰ ৰাজনীতি। আজি ঘোষিত মিজোৰাম বিধানসভা…

৬ ডিচেম্বৰত ছিকিমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা

৬ ডিচেম্বৰত ছিকিমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা। পাৰ্পল পিবল পিকচাৰ্ছৰ পৰিচালনাৰে ছিকিমৰ পটভূমিত নিৰ্মিত নেপালী চলচ্চিত্ৰ ‘পহুনা’ৰ প্ৰিমিয়াৰ শ্ব’ চাব বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে। ছিকিমৰ মুখ্যমন্ত্ৰী পৱন ছামলিঙেও উপভোগ কৰিব…

সংগ্ৰাম এৰাসকলক ভাৰত চৰকাৰৰ এজেন্ট আখ্যা এন এছ চি এন (কে)ৰ

ডিজিটেল ডেস্কঃ সংগ্ৰামৰ মজিয়াৰ পৰা আঁতৰি অহাসকলক ভাৰত চৰকাৰৰ এজেন্ট আখ্যা দিছে ৰাজ্যৰ অন্যতম সহস্ৰ সংগঠন এন এছ চি এনৰ খাপলাং গোটে। সংবাদ-মাধ্যমলৈ প্ৰেৰণ কৰা ই-মেইল বিবৃতিত সংগঠনটোৱে এন এছ চি এন (কে)-এ সাৰ্বভৌমত্বক বিসৰ্জন দিয়া নাই বুলি…