Browsing Category

নিৰ্বাচন বিশেষ

বিজেপিক সমৰ্থন কৰাৰ বাবেই বহিস্কাৰ কংগ্ৰেছৰ তিনি নেতাক

বিজেপিক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা বহিষ্কৃত হ’ল নলবাৰী পৌৰ সভাৰ তিনি ৱাৰ্ড মেম্বাৰ। কংগ্ৰেছৰ পৰা ছয় বছৰলৈ বহিষ্কাৰ কৰা হ’ল পৱন হালৈ, মফাজুল আলী আৰু মীৰ মেহবুব আলীক। আজি কংগ্ৰেছৰ সমৰ্থনত পুনৰ সভানেত্ৰী হৈছিল বিজেপিৰ বিপাশা দাস।

কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে উত্তৰ-পূবত দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে। অৰুণাচলৰ দুটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা। পশ্চিম অৰুণাচলত নাবাম টুকীক আৰু পূব অৰুণাচলত জেম্ছ লৱাংচা ৱাংলেটক প্ৰদান কৰিছে…

নিৰ্বাচনৰ পূৰ্বে বিজেপিত অন্তৰ্কন্দল

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চলিছে প্ৰাৰ্থীত্বকেন্দ্ৰীক অন্তৰ্কন্দল। আৰম্ভ হ'ল দল সলনিৰ প্ৰতিযোগিতা। প্ৰাৰ্থীত্ব ঘোষণাৰ পূৰ্বে বিজেপিত খহনীয়া। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিচি খণ্ডুৰীৰ পুত্ৰ মনিশ খণ্ডুৰীৰ দল ত্যাগ।…