Browsing Category

আন্তঃ-ৰাষ্ট্ৰীয়

অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিল ‘ভিলেজ ৰকষ্টাৰ্ছ’

অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল ‘ভিলেজ ৰকষ্টাৰ্ছ’। শ্ৰেষ্ঠ ৯ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত নহ’ল ‘ভিলেজ ৰকষ্টাৰ্ছ’। বিদেশী ছবিৰ শিতানত ভাৰতৰ অফিচিয়েল এন্ট্রী আছিল ছবিখন। অস্কাৰৰ দৌৰৰ পৰা বাহিৰ আদিল হুছেইন অভিনীত ছবিও বাহিৰ হৈছে আদিল…

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব আৰু নাই

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ মৃত্যু হৈছে। শুকুৰবাৰৰ নিশা ৯৪ বছৰ বয়সত ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। আমেৰিকাৰ ৪১ সংখ্যক ৰাষ্ট্ৰপতি আছিল জৰ্জ এইচ ডব্লিউ বুশ্ব।…

নাথুলাত ভাৰত-চীন সীমা বাণিজ্য সমাপণ

নাথুলাত ভাৰত-চীন সীমা বাণিজ্য সমাপণ। ১ মে’ৰ পৰা চলিছিল এই সীমা বাণিজ্য। ১৯৬২ৰ ভাৰত-চীন যুদ্ধৰ পিছত বন্ধ হৈ থকা এই বাণিজ্য ২০০৬ চনৰ পৰা পুনৰ আৰম্ভ হৈছিল। ২০১৭ চনত ডোকলাম বিবাদৰ বাবে আশাজনক নাছিল বাণিজ্য। এই বছৰ বাণিজ্য…

মহাকাশলৈ প্ৰক্ষেপ কৰিব PSLV-C 43 ৰকেট

আজি ISRO-এ মহাকাশলৈ প্ৰক্ষেপ কৰিব PSLV-C 43 ৰকেট। পৃথিৱীক নিৰীক্ষণ কৰিবলগীয়া ভাৰতীয় উপগ্ৰহ HysISৰ লগতে আন ৩০টা উপগ্ৰহ কঢ়িয়াই নিব PSLV-C 43-এ। ইয়াৰ ভিতৰত ২৩টা উপগ্ৰহ আমেৰিকাৰ। পুৱা ৯.৫৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ…

পৰেশ বৰুৱাৰ মৃত্যু ! কিমান সত্য ?

ডিজিটেল ডেস্কঃ আলফা (স্বাধীন) অসমৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি আহিছে। চীন-ম্যানমাৰ সীমান্তত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ কৰিছে lookeast.in নামৰ ডিজিটেল ৱেব পৰ্টেলটোৱে। আজিৰ পৰা এক সপ্তাহৰ পূৰ্বে আলফা…

ইণ্ডোনেছিয়াত ভয়ংকৰ বিমান দূৰ্ঘটনা

ইণ্ডোনেছিয়াত সংঘটিত হৈছে ভয়ংকৰ বিমান দূৰ্ঘটনা। জাভা সাগৰত পৰিল এখন যাত্ৰীবাহী বিমান। সাগৰত চলি আছে উদ্ধাৰ অভিযান। জাকাৰ্টাৰ পৰা উৰা মাৰিছিল বিমানখন। ১৮৮ গৰাকী যাত্ৰী আছিল ব'য়িং বিমানখনত।

উত্তৰ পূৱৰ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ যোগান ধৰাৰ অভিযোগ খণ্ডন চীনৰ

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ সেনা প্ৰধান পৰেশ বৰুৱা স্থিতি অগ্ৰাহ্য চীনৰ বিদেশ মন্ত্ৰণালয়ৰ। পৰেশ বৰুৱাৰ চীনৰ সৈতে দীৰ্ঘদিনীয়া সম্বন্ধৰ অভিযোগো অস্বীকাৰ চীনৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰৰ। মঙলবাৰে চীনা বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ হোৱা…

বিপদৰ আগজাননীঃ ব্ৰহ্মপুত্ৰত পৰিছে ভেটা

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ চীনত হোৱা ভুমিস্খলনৰ ফলত ভেটা পৰিছে ব্ৰহ্মপুত্ৰ নদীত। ব্ৰহ্মপুত্ৰৰ গতি ৰুদ্ধ হৈ পৰাৰ ফলত আতংকৰ সৃষ্টি হৈছে অসম তথা অৰুণাচলবাসী। ইপিনে বিপদৰ প্ৰতি লক্ষ্য ৰাখি তিব্বতত চলিছে উদ্ধাৰ অভিযান। একেদৰে সষ্টম হৈছে…

আজি পুনৰ বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য

ডিজিটেল ৰিপৰ্টঃ আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.৮৮ টকা। ১৯ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম। প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২৯ পইচাকৈ। গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৮.০৫ টকা।…

ফিলিপাইনছত ধুমুহা-ভূমিস্খলনত নিহত দুই শতাধিক

ডিজিটেল ৰিপৰ্টঃ ফিলিপাইনছত যোৱা এসপ্তাহ ধৰি অব্যাহত থকা এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন। ইপিনে ধুমুহাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে দেশখনৰ প্ৰায় ১৬ লাখ কৃষক আৰু মাছমৰীয়া। এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে দুই শতাধিক লোকে।…