Browsing Category

ৰাষ্ট্ৰীয়

জম্মু–কাশ্মীৰৰ ছ’পিয়াত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ গুলিয়াগুলি

জম্মু–কাশ্মীৰৰ ছ’পিয়াত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।  এই সংঘৰ্ষত সেনাৰ ৫জন জোৱান আহত হোৱাৰ খবৰ।  এটা ঘৰত ২–৩জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ সন্দেহ।  অঞ্চলটোত বন্ধ কৰি দিয়া হৈছে…

দিল্লীত বিৰোধী দলৰে বিদেশ মন্ত্ৰীৰ বৈঠক

দিল্লীত বিভিন্ন বিৰোধী দলৰ সৈতে বিদেশ মন্ত্ৰীৰ বৈঠক।  বিয়লি ৫ বজাত জৱাহৰ ভৱনত অনুষ্ঠিত হ’‍ব এই বৈঠক।  PoKত ভাৰতৰ আক্ৰমণ সন্দৰ্ভত আলোচনা কৰিব উক্ত বৈঠকখনত।  শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰিব সুষমা স্বৰাজে।

গুজৰাটত পাকিস্তানী ড্ৰোণ

গুজৰাটৰ কচ্চ সীমান্তত ভূপতিত পাকিস্তানৰ ড্ৰোণ।  বিএছএফে ভূপতিত কৰিলে পাকিস্তানৰ ড্ৰোণ।  ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিছিল ড্ৰোণ।  বায়ুসেনাৰ ঘাটিৰ ওচৰত ড্ৰোণ উৰুৱাইছিল পাকিস্তানে।

দিল্লীত বিদেশ সচিবৰ সংবাদমেলত কি ক’লে?

ডিজিটেল ডেস্কঃ আজি পুৱতি নিশা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় বায়ুসেনাই ভয়ংকৰ আক্ৰমনৰ ঘটনাৰ পিছতে দিল্লীত বিদেশ সচিবে অনুষ্ঠিত কৰে সংবাদমেল। সংবাদমেলত বিদেশ সচিবগৰাকীয়ে কয় যে, ‘১৪ ফেব্ৰুৱাৰীত পুলৱামাত আক্ৰমণ হৈছিল। ২০ বছৰে পাকিস্তানত…

ধ্বংস হ’ল পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি

ডিজিটেল ডেস্কঃ ২১ মিনিট ধৰি একেৰাহে ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ ফলত ধ্বংস হ'ল পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি। বালাকোট অঞ্চলত পুৱা ৩.৩০ বজাৰ পৰা অভিযান চলাইছিল সেনাই। চকোটি আৰু মুজফ্ফৰবাদতো আক্ৰমণ চলাইছিল বায়ুসেনাই। ইপিনে ৩ শতাধিক…

পাকিস্তানক কেনেকৈ আক্ৰমণ কৰিছিল ভাৰতে?

ডিজিটেল ডেস্কঃ পাক অধিকৃত কাশ্মীৰত ভাৰতীয় বায়ুসেনাই আক্ৰমণ কৰে। পাক অধিকৃত কাশ্মীৰৰ বালাকোটত বৃহৎ বিস্ফোৰণ সংঘটিত কৰে। মুঠ ১০০০ কিঃগ্ৰাঃ ওজনৰ বোমা নিক্ষেপ কৰে বায়ুসেনাই। পুৱতি নিশা চাৰে ৩.৩০ বজাৰ পৰা ১২ খন মিৰাজ 2000 যুদ্ধ বিমানৰ দ্বাৰা…

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধ আৰম্ভ

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহত্‍ অভিযান। PoKৰ জইছ ঈ মহম্মদৰ ঘাটিত আক্ৰমণ। মুঠ ১০০০ কিঃগ্ৰাঃ ওজনৰ বোমা নিক্ষেপ। ১০ মিৰাজ বিমানেৰে আক্ৰমণ ভাৰতৰ। বালাকোট অঞ্চলত পুৱা ৩.৩০ বজাৰ পৰা অভিযান। ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক জনাব…

নিৰাপত্তাৰক্ষীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছেঃ মোডী

ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মঘাটী বিস্ফোৰণৰ পিছতে আজি দিল্লীত কেবিনেট কমিটী অন ছিকিউৰিটীৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ তীব্ৰতৰ হ’ব বুলি উল্লেখ কৰি…

জন্মু-কাশ্মীৰৰ ঘটনাক লৈ কিয় নীৰৱ পাক প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ জম্মু–কাশ্মীৰৰ আত্মঘাতী বিস্ফোৰণৰ ঘটনাক লৈ নীৰৱ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। ইপিনে ঘটনা সংঘটিত হোৱাৰ ৯ ঘণ্টা পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে। এই বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ…

জন্ম-কাশ্মীৰৰ ঘটনাক নিন্দা বলিউদৰ

ডিজিটেল ৰিপৰ্টঃ জম্মু–কাশ্মীৰৰ বৰ্বৰ ঘটনাক নিন্দা কৰিছে বলীউদৰ শিল্পী সমাজে। সন্ত্ৰাসবাদী আক্ৰমণৰ এই বৰ্বৰ ঘটনাক কঠোৰ নিন্দা কৰিছে অজয় দেৱগন, অভিষেক বচ্চন, অক্ষয় কুমাৰ, ছলমান খান, অশোক পণ্ডিত, অনুপম খেৰ, মধুৰ ভাণ্ডাৰকাৰ, বৰুণ ধৱন, বিশাল…