Browsing Category

চাবুৱা বিশেষ

ৰহমৰীয়া শাখা সাহিত্য সভাৰ প্ৰথম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

ডিজিটেল ৰিপৰ্ট, মনোজ চেতিয়াঃ ৰহমৰীয়া শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। অহা ২১ অক্টোবৰত বিস্তৃত কাৰ্যসূচীৰে ৰহমৰীয়াৰ জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছে৷…

চাফাই অভিযান আৰু শোভাযাত্ৰা

ডিজিটেল ৰিপৰ্টঃ স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে আজি ভাৰধৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত এখনি চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰধৰা আদৰ্শ যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা স্বচ্ছ ভাৰত অভিযানৰ উপৰি প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা…

লোন দিয়াৰ নামত চাবুৱাত অসাধু চক্ৰৰ ধন সংগ্ৰহৰ অভিযোগ

ডিজিটেল ৰিপৰ্টঃ লোন দিয়াৰ নামত এটা অসাধু চক্ৰই চাবুৱাত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ডিব্ৰুগড়ৰ এক্সিছ বেংকৰ পৰা ঋণ মোকলাই দিয়াৰ নামত বৃহত্তৰ চাবুৱা অঞ্চলত গাঁৱে গাঁৱে গোট বনাই সৰ্বসাধাৰণ ৰাইজৰ পৰা ৩০০ টকাকৈ পইচা তুলি যোৱা কালি…

চাবুৱাত বিনামূলীয়া অংক আৰু ইংৰাজী বিষয়ত পাঠদান

ডিজিটেল ৰিপৰ্টঃ বীৰ লাচিত সেনা অসমৰ চাবুৱা আঞ্চলিক সমিতি আৰু ইয়ং ব্লু ক্লাৱৰ উদ্যোগত অংক আৰু ইংৰাজী বিষয়ত পাঠদান আৰম্ভ কৰিছে। যোৱা ১৫ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত কৰা বিনামূলীয়া পাঠদান প্ৰতি শনিবাৰে বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত কৰিছে।…

চাবুৱাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

ডিজিটেল ৰিপৰ্ট, চাবুৱাঃ আজিৰে পৰা চাবুৱাত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ সমীপৰ শঙ্কৰদেৱ নাট্য মন্দিৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে গুৰুজনাৰ মহোৎসৱ।…

ডিকমত পুণৰ বাঘ পিঞ্জৰাবদ্ধ

ডিব্ৰুগড়ত পুণৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ ডিকম চেচাত পিঞ্জৰাবদ্ধ হৈছে বাঘটো  কিছুদিনৰ পূৰ্বে ডিকমৰ উল্টন চাহ বাগিচাত পিঞ্জৰাবদ্ধ হৈছিল এটা বাঘ পিঞ্জৰাবদ্ধ বাঘটো পিছত জয়পুৰ বনাঞ্চলত মুকলি কৰি দিযে বনবিভাগে

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত জৰাজীৰ্ণ বাটপথঃ পথ দূৰ্ঘটনাত নিহত বৃদ্ধ

ডিজিটেল ৰিপৰ্টঃ পৰিৱৰ্তনৰ শ্লোগানেৰে ৰাজ্যত বিজেপি নেতৃত্বত চৰকাৰ শাসনলৈ আহিল, কিন্তু পৰিৱৰ্তন নহল ৰাজ্যৰ বাটপথ। আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ নগৰ চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক জ্বলাকলা খোৱাইছে।…

মোদীৰ জন্মদিনঃ পানীতোলাত বিজেপিৰ ‘সেৱা দিৱস’

ডিজিটেল ৰিপৰ্ট, চাবুৱাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে আজি পানীতোলাত ভাৰতীয় ভাৰতীয় যুৱ মৰ্চাই 'সেৱা দিৱস' হিচাবে পালন কৰে। ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আৰু যুৱ মৰ্চা পানীতোলা মণ্ডলৰ সৌজন্যত প্ৰধানমন্ত্ৰী মোদীৰ…

সাধাৰণ অসুখত চিকিত্সা কৰিবলৈও মডেল হাস্পাতালত নাই পৰ্যাপ্ত সামগ্ৰী

ডিজিটেল ৰিপৰ্ট, চাবুৱাঃ বৃহত্তৰ চাবুৱা অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে চৰকাৰে স্থাপন কৰা চাবুৱা মডেল হাস্পাতালত এতিয়া সামান্য চিকিৎসাৰ সজুলি নথকাত সৰ্বসাধাৰণ ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। দেওবাৰে প্ৰায় ৯ বজাৰ কচোনিয়া…