Monthly Archives

August 2018

চাবুৱা মডেল হস্পিতালত নাই অ আৰ এছৰ

ডিজিটেল ডেস্কঃ চাবুৱা মডেল হস্পিতালত নাই অ আৰ এছ। বিগত ৭ দিন ধৰি চিকিতসালয়খনত অ আৰ এছ মজুত নথকাৰ ফলত ৰোগীৰ হাহাঁকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আন্তঃগাঁথনিহীনভাৱে চলি থকা চাবুৱাৰ মডেল হস্পিতালখনৰ বিৰুদ্ধে বিগত বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰি…

বৃহত্ নদীবান্ধ বন্ধৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ বৃহত্ নদীবান্ধ বন্ধৰ দাবীত আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিয়ে আজি ডিব্ৰুগড়তো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বৃহত্ নদীবান্ধ বন্ধৰ…

বিপদসীমাৰ তলেদি বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ডিজিটেল ডেস্ক, অসমঃ ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সন্দৰ্ভত জিলাখনৰ জলসম্পদ বিভাগৰ কন্ট্ৰল ৰূমে আজি পুৱা ৬ বজাত দাখিল কৰা বুলেটিন অনুসৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৰ্তমান বিপদসীমা ১০৫.৭০ মিটাৰ বিপৰীতে ১০৫.২৮ মিটাৰ বৈ আছে।…

সাইবাবাৰ নাম ভোটাৰ তালিকাত!

ডিজিটেল ডেস্ক, নেশ্বনেলঃ এজন লোকে সন্ত সাইবাবাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ অপচেষ্টা চলোৱা কথাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। ইতিমধ্যে এজন অচিনাক্ত লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। মহাৰাষ্ট্ৰৰ আহমেদ নগৰ বিধানসভা সমষ্টিৰ লোকজনে…

আজি মাধৱদেৱৰ তিথি

ডিজিটেল ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। ৰাজ্যজুৰি ভক্তিপ্ৰাণ ৰাইজে পালন কৰিছে গুৰুজনাৰ এই তিৰোভাৱ তিথি। ১৪৫০শকত যোৰহাটত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰটোত পুৱাৰে পৰা…

ৰিক্সাচালকৰ কন্যা স্বপ্নাই গঢ়িলে স্বৰ্ণিম ইতিহাস

ডিজিটেল ডেস্কঃ উত্তৰ বংগৰ জলপাইগুৰি চহৰৰ ঘোষপাৰা এতিয়া উখল-মাখল। ৰিক্সাচালক পঞ্চানন বৰ্মনৰ ঘৰত উত্সৱমূখৰ পৰিৱেশ। তেওঁৰ পত্নী বাসনা বৰ্মনে ঘৰতে সাজি লোৱা কালী মন্দিৰলৈ বাৰে বাৰে গৈছে। পূজা কৰি ওলাই আহিছে। তেওঁৰ মুখত গভীৰ প্ৰশান্তি। ঢাক-ঢোল…

প্ৰদীপ হালৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত

ডিজিটেল ডেস্কঃ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ হালৈক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। উল্লেখ্য যে ২০০৮ চনৰ ৬ নৱেম্বৰৰ পৰা ২০১১ চনৰ ৮…

কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিবেদনৰ পিছতে তত্পৰ ডিব্ৰুগড় প্ৰশাসন

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় জল আয়োগৰ এক প্ৰতিবেদনৰ পিছতে সষ্টম হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন। চীনৰ চাংপোত অস্বাভাৱিকভাৱে পানীৰ পৰিমান বৃদ্ধি পোৱাৰ পিছতে চীনে অৰুণাচল প্ৰদেশলৈ প্ৰেৰণ কৰা পত্ৰৰ পিছতে অসমত এক আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে।…

চাবুৱাত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথঃ মুখ্যমন্ত্ৰী সাৰ পাব কেতিয়া?

ডিজিটেল ডেস্কঃ দিনক-দিনে অতিকৈ শোচনীয় ৰূপ লৈছে চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা এতিয়া মৰণফাণ্ডলৈ গতি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক মুখ্যমন্ত্ৰী সোণোৱালে ৩৭ নং ৰাষ্ট্ৰীয়…

গুৱাহাটীত মটক যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন 

ডিজিটেল ডেস্কঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অাৰু জনগোষ্ঠীয় সন্মিলনখন গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত শনি অাৰু দেওবাৰে গুৱাহাটীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।…