Monthly Archives

September 2018

মাজুলীৰ খেলুৱৈ ৰুণজুন পেগুলৈ ১.২৫ লাখ টকাৰ চেক মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ খেলুৱৈ ৰুণজুন পেগুক সম্বৰ্ধনা। মুখ্যমন্ত্ৰী সোণোৱালে খেলুৱৈ গৰাকীলৈ আগবঢ়ালে ১ লাখ ২৫ হাজাৰ টকাৰ চেক।  লক্ষ্ণৌত অনুষ্ঠিত যুৱ জেভেলিন থ্ৰ’ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল ৰুণজুনে।

ৰহমৰীয়াত শিক্ষা খণ্ডত নতুন সংযোজন

ডিজিটেল ৰিপৰ্ট, ৰহমৰীয়াঃ ৰহমৰীয়া শিক্ষা খণ্ডত আন এক নতুন সংযোজন। ব্যতিক্ৰমী প্ৰয়াসেৰে মুকলি কৰিলে  ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান 'জ্ঞানজ্যোতি একাডেমী'। আজি ৰহমৰীয়াত অনুষ্ঠিত হো এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষানুষ্ঠান খন ফিটা কাটি…

গোলাঘাটৰ আলু ছিণ্ডিকেটঃ এজনক গ্ৰেপ্তাৰ

গোলাঘাটৰ আলু ছিণ্ডিকেটৰ সৈতে জড়িতৰ অভিযোগত এজনক গ্ৰেপ্তাৰ। কাৰ্বি আংলং জিলাৰ চিলনীজানৰ পৰা গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিণ্টু বৰা নামৰ লোকজনক। আলু ছিণ্ডিকেটৰ জৰিয়তে ব্যৱসায়ীক ধনদাবী আৰু ভাবুকি প্ৰদানৰ অভিযোগ দাখিলৰ ১১ দিন…

নগাঁৱত দুই গাড়ী চোৰক আটক

নগাঁৱত আৰক্ষীৰ জালত চুৰি গাড়ীসহ দুই চোৰ। কঠিয়াতলীৰ ৰেংবেঙত ছুইফট ডিজায়াৰসহ আটক আবু চুমে আলী আৰু আব্দুল লতিফ নামৰ চোৰ দুটাক। ধৃত আবুৰ ঘৰ বৰপেটাত আৰু আব্দুলৰ ঘৰ মোৰাঝাৰত। গুৱাহাটীৰ হাতীগাঁও আৰু কঠিয়াতলী আৰক্ষীৰ যুটীয়া অভিযানত…

মুখ্য ন্যায়ধীশৰূপে শপত গ্ৰহণৰ পূৰ্বে কি কলে ৰঞ্জন গগৈয়ে?

দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লোৱাৰ পূৰ্বে ন্যায়পালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ন্যায়াধীশ ৰঞ্জন গগৈৰ। আদালতসমূহত বিচাৰাধীন হৈ থকা বৃহৎসংখ্যক গোচৰ আৰু দৰিদ্ৰ লোক ন্যায়ৰ পৰা বঞ্চিত হোৱা বিষয় দুটাই চিন্তিত কৰে বুলি মন্তব্য…

গুৱাহাটীত অস্ত্ৰ জব্দ

ডিজিটেল ৰিপৰ্টঃ গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ। নিৰোদ ডেকা নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ চাৰিটা এয়াৰ গান, এটা .২২ ব’ৰৰ ৰাইফল, .১২ ডাবল বেৰেল বন্দুক এটা আৰু ৭৬৬টা গুলী। অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ জু ৰোড শাখাৰ…

গুৱাহাটীত ঘৰে ঘৰে যোগান ধৰিব পাইপ লাইন

অতি শীঘ্ৰে গুৱাহাটী মহানগৰীত পাইপ লাইনৰে ঘৰে ঘৰে গেছৰ যোগান ধৰা হ’ব। ৪ হাজাৰ কোটি খৰচৰে পাইপ লাইন বাৰাউনীৰ পৰা স্থাপন হৈছে। প্ৰায় ডেৰ বছৰৰ ভিতৰত গুৱাহাটী পাবহি এই পাইপলাইন। ২০১৭-১৮বৰ্ষত ডি এন পিয়ে ৮০.৬ কোটি টকা ৰাজহ সংগ্ৰহ…

মধ্যপ্ৰদেশত ফ্ৰীজ বিস্ফোৰণ ঃ নিহত চাৰি

মধ্যপ্ৰদেশত গোৱালিয়ৰৰ দৰপন কলনীত ফ্ৰীজ বিস্ফোৰণত ৪জন লোক নিহত আৰু ২জন লোক আহত। বিস্ফোৰণৰ ফলত দেৱাল খহি পৰি থিতাতে মৃত্যুক সাৱটে লোক চাৰিজনে।

ভিলেজ ৰকষ্টাৰ্ছ ঃ দিনে দুটাকৈ দৰ্শনী দিয়াৰ দাবীত প্ৰতিবাদ

ডিজিটেল ৰিপৰ্টঃ যোৰহাটত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখন প্ৰতিদিনে প্ৰাইম টাইমত দুটাকৈ দৰ্শনী দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত আইনক্স চিনেমা হলৰ সন্মুখত জ্যোতি চিনে ক্লাব, যোৰহাটৰ প্ৰতিবাদ। চিনেমাখন এমাহ জুৰি হলত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবলৈ…

উত্কোচঃ তিনি পঞ্চায়ত সচিৱক গ্ৰেপ্তাৰ

ডিজিটেল ৰিপৰ্টঃ সোণাৰিত উত্‍‍কোচ দি গ্ৰেপ্তাৰ হ’ল ৩জনকৈ পঞ্চায়ত সচিব। আৰক্ষীৰ জালত ক্ৰমে বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সচিব সুৰজিৎ পাল, সাপেখাতী গাঁও পঞ্চায়তৰ সচিব সুখেশ্বৰ গগৈ আৰু হৰিদেৱ গাঁও পঞ্চায়তৰ সচিব খগেন চেতিয়া। পঞ্চায়তৰ দুৰ্নীতি গাপ…