Monthly Archives

October 2018

চাবুৱাত পথৰ আধাৰশিলা বিধায়ক হাজৰিকাৰ

কল্প জ্যোতি দাসঃ আজি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই পানীএৰা গাঁৱৰ পৰা আলহী গাঁৱৰ সংযোগী পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। পথটোৰ আধাৰশিলা স্থাপনৰ পিছতে আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে পথৰ কাম সম্পূৰ্ণ হোৱাৰ আশা ব্যক্ত কৰে। বিধায়ক হাজৰিকাই…

মৃত্যুৰ সন্মুখত এজন সাংবাদিকঃ ‘মা মই যদি জীয়াই থাকো, দেৱালীত আহিম।’

ডিজিটেল ডেস্কঃ মৃত্যুৰ সন্মুখত এজন দুৰন্ত সাহসী সাংবাদিক। নিৰ্বাচনৰ বাতৰি সংগ্ৰহ কৰিবলৈ বিপদত পৰিছে সাংবাদিকজন। ছত্তিশগড়ৰ দান্তেৱাড়াত দূৰ্গম পথেৰে গৈ নিৰ্বাচনী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰা সময়তে মাওবাদীৰে মুখামুখি সংৰ্ঘষ হয়। সাংবাদিকজনৰ লগত…

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৬০ সংগঠনৰ প্ৰচাৰ পত্ৰিকা বিতৰণ

ডিজিটেল ডেস্কঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ ৬০ টা সংগঠনে আৰম্ভ কৰিছে প্ৰচাৰ পত্ৰ বিতৰণ। ‘অসমীয়া জাতিৰ মৃত্যু শেলঃ নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬, বিজেপি-আৰ এছ এছৰ অপপ্রচাৰ আৰু আচল সত্য’ শীর্ষক প্রচাৰ-পত্রিকাখন কালি…

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিন

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপজা দিন।  ১৯৬১ চনত ডিব্ৰুগড়ৰ বিন্ধাকটা মুলুকগাঁৱত জন্মগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।  ওপজা দিনত মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা বিভিন্নজনৰ।

৩ হাজাৰ কোটি টকাৰে নিৰ্মাণ ‘ষ্টেচু অৱ্ ইউনিটী’

ডিজিটেল ডেস্কঃ আজি উদ্বোধন হ'ব বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি 'ষ্টেচু অৱ্ ইউনিটী'। গুজৰাটৰ নৰ্মদা জিলা কেৱডিয়া গাঁৱৰ চৰ্দাৰ সৰোবৰ বান্ধত নিৰ্মাণ কৰা চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৮২ মিটাৰ ওখ প্ৰতিমূৰ্তিটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব…

সৰবৰহী ব্যক্তি দীক্ষেশ্বৰ দত্তৰ বিয়োগ

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ ৰমাই কৰ্দৈবাম গাঁৱৰ নিৱাসী বয়োজ্যেষ্ঠ ব্যক্তি দীক্ষেশ্বৰ (ভলুকা) দত্ত( ৮৩) যোৱা নিশা ১২.১০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেখেত মায়ামৰা বৈষ্ণৱ ধৰ্মীয় সংস্কৃতিৰ সৈতে…

টেঙাখাতত ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতে বিধায়ক তেৰছ গোৱালা

ডিজিটেল সংবাদ, লাহোৱালঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰাৰ লক্ষ্যৰে অসমত বিজেপি দলে  ইতিমধ্যেই কুচকাৱাজ আৰম্ভ কৰিছে৷ উজনি অসমৰ কেইবাখনো জিলাত আগন্তক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিভিন্ন…

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে নিৰ্দেশ দিলেই মুকলি কৰিব বগীবিল দলং

ডিজিটেল ডেস্কঃ বহু প্ৰত্যাশিত বগীবিল দলং উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশলৈ অপেক্ষা কৰিছে ৰাজ্য চৰকাৰে। সুদীৰ্ঘ ১৭ বছৰ নিৰ্মাণৰ অন্ততঃ চলিত বৰ্ষৰ ভিতৰতে ৰাইজৰ বাবে মুকলি কৰিব বগীবিল দলং। আজি বগীবিল দলং পৰিদৰ্শন কৰি কেন্দ্ৰীয়…

সংযোগী শিক্ষা কৰ্মীক নিযুক্তিৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী

ডিজিটেল সংবাদ, লাহোৱালঃ সদৌ অসম সংযোগী শিক্ষা কৰ্মী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ এখন কাৰ্য্যনিৰ্বাহক সভা কালি লাহোৱালৰ মটক খেলপথাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ ডিব্ৰুগড় জিলা সংযোগী শিক্ষা কৰ্মী সন্থাৰ সম্পাদিকা নিতামণি গগৈয়ে উদ্দেশ্য…

মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচন সম্পন্ন

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত মদাৰখাতৰ এখন পুৰনি শিক্ষানুষ্ঠান মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০১৮-২০১৯ বৰ্ষৰ বিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচন অনুস্থিত হৈ যায়। ২১জনীয়া ছাত্র একতা সভাৰ ১৫…