Monthly Archives

December 2018

গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত দীপক কুমাৰ

দীপক কুমাৰ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈৰ স্থলাভিষিক্ত হ’ব দীপক কুমাৰ ৰাজ্যৰ আইন-শৃংখলাৰ মহা পৰিদৰ্শক আছিল দীপক কুমাৰ আজি অৱসৰ ল’ব আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈয়ে 

নামফাইত দূৰ্ঘটনাত নিহত ১

তিনিচুকীয়াৰ জাগুনৰ নামফাইত দুৰ্ঘটনাত এজন লোক নিহত। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে চাইকেল আৰোহীক। হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয় চাইকেল আৰোহীজনৰ। নিহত লোকজন ৰাভা গাঁৱৰ অনিল চাবুকধৰা।

বেংকত চুৰি

ডিজিটেল ডেস্কঃ গোৱালপাৰাৰ দলগোমাৰ এলাহাবাদ বেংকত সংঘটিত হৈছে এক চুৰি। চোৰে তলা ভাঙি লুটি নিলে ৩.৬০ লাখ টকা। চোৰে ভাঙি লণ্ডভণ্ড কৰি থৈ যায় ছিকিউৰিটী গাৰ্ডৰ বন্দুক, বেংকৰ চিচিটিভি কেমেৰা। ঘটনাৰ সময়ত বেংকটোত নাছিল ছিকিউৰিটী গাৰ্ড।ঘটনা…

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত স্পষ্ট সমৰ্থক সোণোৱালঃ বিজেপি বিধায়ক অতুল বড়া

ডিজিটেল ডেস্কঃ ‘বিতৰ্কিত তথা অসমৰ জনসাধাৰণৰ শংকা জড়িত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত বহুতে ভবাৰ দৰে মৌন নহয়, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিধয়েকখনক সম্পূৰ্ণভাৱে সমৰ্থন আচে মুখ্যমন্ত্ৰী সোণোৱালৰ।’ এই দাবী দিচপুৰ সমষ্টিৰ বিজেপি…

ছয় জনগোষ্ঠীক জনজাতিকৰণ নিদিলে মন্ত্ৰী-বিধায়কৰ প্ৰৱেশত বাধা দিয়াৰ আহ্বান অখিলৰ

ডিজিটেল সংবাদ, কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হয় ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন৷ মনোজ নেওগৰ সভাপতিত্বত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অন্তিম মুকলি…

নৱবৰ্ষৰ প্ৰাকক্ষণত কোকৰাঝাৰবাসীলৈ সু-খবৰ!

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণত কোকৰাঝাৰবাসীৰ বাবে ৰাজ্য চৰকাৰে কঢ়িয়াই আনিছে এক সুখবৰ। কোকৰাঝাৰত চিকিত্সা মহাবিদ্যালয় স্থাপনৰ বাবে যো-জা চলাইছে ৰাজ্য চৰকাৰে। কিছু সময়ৰ পিছতে জিলাখনত চিকিত্সা মহাবিদ্যালয় স্থাপনৰ স্থান পৰিদৰ্শন কৰিব…

আজি ৰাজ্য সভাত উত্থাপিত হ’ব তিনি তালাক বিধেয়ক

ডিজিটেল  ডেস্কঃ আজি ৰাজ্যসভাত উত্থাপন হ’ব বহুচৰ্চিত তিনি তালাক সম্পৰ্কীয় বিধেয়ক। তিনি তালাক প্ৰথাক অপৰাধৰূপে গণ্য কৰা এই বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছত আজি উত্থাপন কৰা হ’ব ৰাজ্যসভাত। উল্লেখ্য যে এই বিধেয়কখন নিম্ন সদনত সংখ্যাগৰিষ্ঠ…

আজি এন আৰ চিৰ দাবী আৰু আপত্তি গ্ৰহণৰ অন্তিম দিন

ডিজিটেল ডেস্কঃ খিলঞ্জীয়া অসমীয়াৰ ৰক্ষাকৱচ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী আৰু আপত্তি গ্ৰহণৰ আজি চূড়ান্ত দিন। কিন্তু আজি পৰ্য্যন্ত খোব কম সংখ্যকহে আপত্তি প্ৰদান কৰিছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি এন আৰ চিত আপত্তি দাখিল কৰা হৈছে মাত্ৰ ৭০০ টা।…

থাৰ্টী ফাৰ্ষ্ট নাইটত কি কি কৰিব নোৱাৰিব?

ডিজিটেল ডেস্কঃ পুৰণি বছৰক বিদায়ৰ অন্তিম নিশাটোত ৰাজ্যৰ প্ৰশাসনে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। থাৰ্টী ফাৰ্ষ্ট নাইট উপলক্ষে কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ প্ৰশাসনে। আজি নিশা কোনো ৰাজহুৱা স্থানত সুৰাপান কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ…

মুকলি হ’ল বহু প্ৰত্যাশীত আশাৰ সেতু বগীবিল দলং

মুকলি হ’ল বহু প্ৰত্যাশীত আশাৰ সেতু বগীবিল দলং। অন্ত পৰিল ২১ বছৰীয়া অপেক্ষাৰ। ৰঙা ফিটা কাটি মুকলি কৰিলে দলংখন। সংযোগ হ’ল ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰ। ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল দেশবাসী।