Monthly Archives

January 2019

সৰ্বা-হিমন্ত বিজেপিৰ চপনীয়া 

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত্ বিশ্ব শৰ্মা বিজেপিৰ চপনীয়া বুলি মন্তব্য কৰিছে একালৰ বিজেপিৰ ডুমডুমা সমষ্টিৰ বিধায়ক দিলীপ মৰাণে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুধীতা কৰি ২০১৫ চনতে দল ত্যাগ কৰা প্ৰাক্তন…

ৰাষ্ট্ৰপিত ৰামনাথ কোবিন্দে সংসদত দিয়া ভাষণ। সৱিশেষ পঢ়ক

সংসদত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অভিভাষণ। নিজৰ ভাষণত চৰকাৰী আঁচনিৰ বিষয়ে আলোকপাত কৰি ৰাষ্ট্ৰপতিয়ে কয় – স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ৯ কোটিৰো অধিক শৌচালয় নিৰ্মাণ হৈছে। এই জন আন্দোলনৰ বাবে আজি গ্ৰাম্য স্বচ্ছতাৰ হাৰ ৯৮ শতাংশ হৈছেগৈ,…

বিধেয়কক লৈ অনিশ্চয়তাত বিজেপি

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসম তথা উত্তৰ–পূবত সৃষ্টি হোৱা পৰিস্থিতিক লৈ শংকিত বিজেপি। বিধেয়কখন সন্দৰ্ভত বিকল্প পথ বিচৰাৰ পোষকতা কৰিছে বিজেপি নেতা ৰাম মাধৱে। দল আৰু চৰকাৰে বিকল্প পথ উলিওৱাৰ বাবে অহৰহ চেষ্টা চলাই আছে বুলিও…

ৰাইজৰ গালি মোৰ বাবে আশীৰ্বাদ

ৰাইজৰ গালিক আশীৰ্বাদ হিচাপে গণ্য কৰিছো। মাতৃ–পিতৃয়েও নিজৰ সন্তানক গালি পাৰে। ঢকুৱাখনাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ৰাইজৰ ৰঙৰ প্ৰতি সদায় শ্ৰদ্ধা কৰো, সেয়া ক’লা হওক বা বগাই হওক বুলিও মন্তব্য সোণোৱালৰ। অসম…

মাৰ্ঘেৰিটা দিহিং নৈত ৩ ছাত্ৰীৰ সলিল সমাধি।

মাৰ্ঘেৰিটাত দিহিং নৈত একেলগে ৩গৰাকী ছাত্ৰীৰ সলিল সমাধি। বনভোজ খাবলৈ গৈছিল কেইবাগৰাকী ছাত্ৰীৰ দল। নৈৰ পাৰত ছেল্‍‍ফী তুলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। মুঠ চাৰিগৰাকী ছাত্ৰী একেলগে পৰে দিহিং নৈত। ইয়াৰে ৩গৰাকী ছাত্ৰী উদ্ধাৰ…

দিল্লীৰ আকবৰ ৰোডত কংগ্ৰেছৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীৰ আকবৰ ৰোডত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কেইবাশতাধিক সদস্যৰ প্ৰতিবাদত কঁপি উঠিল আকবৰ ৰোড। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰাজনাথ সিঙৰ বাসগহলৈ এক প্ৰতিবাদী সমদল বাহিৰ…

জি এল আগৰৱালা আৰু নাই

জি এল পাব্লিকেশ্যনৰ পৰিচালন–সঞ্চালক জি এল আগৰৱালা আৰু নাই। উলুবাৰীৰ নিজ বাসগৃহত ৪.৩০ বজাত দেহাৱসান আগৰৱালাৰ। আমাৰ অসম, পূৰ্বাঞ্চল প্ৰহৰী, নৰ্থ–ইষ্ট টাইমছকে ধৰি কেইবাখনো কাকত–আলোচনী প্ৰকাশ কৰি জি এল আগৰৱালাই চহকী কৰি গ’ল অসমৰ…

বাজেট অধিৱশেনত প্ৰধানমন্ত্ৰীৰ বক্তব্য

ডিজিটেল ডেস্কঃ আজিৰে পৰা অনুষ্ঠিত হৈছে সংসদৰ বাজেট অধিৱেশন। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অভিভাষণেৰে আৰম্ভ হোৱা অধিৱেশনৰ শুক্ৰবাৰে সদনত বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে দাখিল কৰিব মোদী চৰকাৰৰ কাৰ্যকালৰ অন্তিমখন অন্তৰ্ৱৰ্তীকালীন বাজেট। অধিৱেশনৰ…

প্ৰদেশ কংগ্ৰেছৰে ৰাহুল গান্ধীৰ বৈঠক

দিল্লীত ৰাহুল গান্ধীৰ সৈতে বৈঠক অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ প্ৰতিনিধি দলৰ। প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাহুল গান্ধীৰ বাসগৃহত বৈঠকত মিলিত হৈছে প্ৰদেশ কংগ্ৰেছৰ ৩০ জনীয়া দলটো। দলটোত আছে ৰিপুণ…

অখিলৰ সংবাদমেলঃ বিভাজনৰ দ্বাৰা হিন্দুক সংস্থাপনেই মূল ইছ্যু বিজেপিৰ

ডিজিটেল ডেস্কঃ কৃষক নেতা অখিল গগৈয়ে আজি এক সংবাদমেলৰ আয়োজন কৰে। যোৰহাটত অনুষ্ঠিত হোৱা সংবাদমেলত কৃষক নেতা অখিল গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণৰ কৰে। বিজেপি চৰকাৰে উন্নয়নৰ প্ৰতি অকণো গুৰুত্ব নাই বুলি অভিযোগ তুলি বিভাজনৰ জৰিয়তে হিন্দুক…