Monthly Archives

February 2019

চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী

জঈছ–ঈ–মহম্মদৰ ঘাটিত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী। পাঁচখন চহৰৰ কেইবাটাও স্থানত বিশেষ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই। ৰাজধানী দিল্লী, মুম্বাই, ৰাজস্থান, গুজৰাট আৰু পঞ্জাব হ’ব…

সুৰা ট্ৰেজেদীঃ মৃত্যুৰ সংখ্যা ১৬১ লৈ বৃদ্ধি

বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি।  আজি চিকিৎসাধীন অৱস্থাত মৃত্যু গোলাঘাটৰ এজন লোকৰ।  মৃত লোকজনৰ নাম মহেন্দ্ৰ কুৰ্মী।  গোলাঘাটত এইপৰ্যন্ত মুঠ ৬১জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৪৯জন লোক।…

ৰাজ্য প্ৰশাসনত ব্যাপক ৰদবদল

গোৱালপাৰাৰ ADC নুৰ হুছেইনক লখিমপুৰলৈ বদলি  কাৰ্বি আংলঙৰ ADC জুনুমণি সোণোৱালক শিৱসাগৰলৈ বদলি দৰঙৰ ADC নাৰায়ণ নাথক বিশ্বনাথলৈ বদলি কাচাৰৰ ADC হৰিচৰণ ভক্তক কৰিমগঞ্জলৈ বদলি ধুবুৰীৰ ADC ছোৰমান আলী আহমেদক কাৰ্বি আংলঙলৈ বদলি…

জম্মু–কাশ্মীৰৰ ছ’পিয়াত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ গুলিয়াগুলি

জম্মু–কাশ্মীৰৰ ছ’পিয়াত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।  এই সংঘৰ্ষত সেনাৰ ৫জন জোৱান আহত হোৱাৰ খবৰ।  এটা ঘৰত ২–৩জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ সন্দেহ।  অঞ্চলটোত বন্ধ কৰি দিয়া হৈছে…

থলুৱাৰ সুৰক্ষা নিশ্চিত কৰক

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত বসবাস কৰা থলুৱা খিলঞ্জীয়াসকলৰ জীৱন–সম্পত্তি ৰক্ষা কৰাৰ দাবী উত্থাপন কৰিছে অনুপ চেতিয়াই। শান্তি–সম্প্ৰীতি অটুট ৰাখি পূৰ্বৰ অৱস্থা বাহাল ৰাখিবলৈ অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া জনগণ, দল–সংগঠন, চৰকাৰী পক্ষলৈ আহ্বান।…

সত্ৰ পুনৰুদ্ধাৰৰ এটা ডাঙৰ প্ৰকল্প হ’ব

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতে বাঘবৰৰ কনৰা সত্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰপেটাৰ লগতে ৰাজ্যৰ মৃতপ্ৰায় সত্ৰসমূহ উদ্ধাৰৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই।…

ভাৰত–পাকিস্তানৰ সংঘাতক লৈ চীনে কি ক’লে?

ডিজিটেল ডেস্কঃ ভাৰত–পাকিস্তানৰ সংঘাতক লৈ চীনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দক্ষিণ এছিয়াৰ শান্তিৰ বাবে ভাৰত–পাকিস্তান দুয়োখন দেশ গুৰুত্বপূৰ্ণ। শান্তি আৰু সুস্থিৰ পৰিৱেশৰ বাবে সুসম্পৰ্ক সহায়ক। যিয়ে দুয়োখন দেশৰ মৌলিক স্বাৰ্থকো পূৰণ কৰিব।…

দিল্লীত কংগ্ৰেছৰে চৰকাৰ হ’বঃ ৰাহুল

ডিজিটেল ডেস্কঃ 'দিল্লীত কংগ্ৰেছৰ চৰকাৰ হ’বই। কোনেও ধৰি ৰাখিব নোৱাৰে কংগ্ৰেছক।’-গুৱাহাটীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠকতএইদৰে দাবী কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীয়ে। বৈঠকত ৰাহুলে আৰু কয় যে, 'উত্তৰ-পূবৰ…

বিশ্ব ক্ৰীড়াত আকৌ অসম সন্তানৰ কৃতিত্ব

ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰীড়াত পুনৰ উজলিল অসম সন্তান৷ বাংলাদেশৰ ৰাজধানী ঢাকাত ২২ ফেব্ৰুৱাৰীৰ পৰা চলি থকা বিশ্ব ৰেংকিং আর্চাৰী প্রতিযোগিতাত অংশগ্ৰহণ কৰি স্বৰ্ণপদক অৰ্জন কৰিলে অসম সন্তান বিশাল চাংমায়ে। দলীয় শাখা ৰিকাৰ্ভত ভাৰতীয় দলটোৱে…

বিজেপি নেতা মালব্য কলিতাৰ আত্মসমৰ্পণ

ছয়গাঁৱত দুমাহ পূৰ্বে দুই কিশোৰীক বলাৎকাৰত অভিযুক্ত বিজেপি নেতা মালব্য কলিতাৰ আত্মসমৰ্পণ।  দুমাহ ধৰি পলাই আছিল বিজেপি নেতাজন।  জেৰাৰ বাবে মালব্য কলিতাক ৰখা হৈছে ছয়গাঁও থানাত।  মালব্য কলিতাৰ ঘৰ বৰিহাট শিকাৰহাতীত।