Monthly Archives

March 2019

কংগ্ৰেছত যোগদান বলীউদৰ অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ

কংগ্ৰেছত যোগদান বলীউদৰ অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ। উত্তৰ মুম্বাই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে অভিনেত্ৰীগৰাকী। উৰ্মিলা মাতণ্ডকাৰক উষ্ম আদৰণি জনালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে। কংগ্ৰেছত যোগদান কৰি উৰ্মিলাই কয় –…

চি এ বি বিৰোধিতা কৰিব মণিমাধৱ মহন্তই

কেবৰ বিৰোধিতা কৰি যাব মণিমাধৱ মহন্তই। নিৰ্বাচনত জয়ীৰ পিছতো বিৰোধ কৰিব কেবৰ। নুমলীগড়ত ঘোষণা কলিয়াবৰৰ অগপ প্ৰাৰ্থীজনৰ। অগপ আৰু বিজেপিৰ যৌথ নিৰ্বাচনী সভাত এই ঘোষণা। একেখন সভাত কেবৰ সমৰ্থনত বিজেপি কৰ্মী।

কংগ্ৰেছ এৰিলে এ পি চি চিৰ সম্পাদকে

কংগ্ৰেছ ত্যাগ এ পি চি চিৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰৰ। দল ত্যাগৰ সিদ্ধান্তৰে ৰিপুণ বৰালৈ পত্ৰ প্ৰেৰণ। কংগ্ৰেছৰ শেহতীয়া কামক লৈ ক্ষোভ বৰঠাকুৰৰ। এ আই ইউ ডি এফৰে মিত্ৰতাৰ অভিযোগ তুলিও ক্ষোভিত। মিডিয়া কোষৰো দায়িত্বত আছিল…

বিশ্বনাথত মাৰণাস্ত্ৰসহ ৪জনক আটক

বিশ্বনাথত মাৰণাস্ত্ৰসহ ৪জনক আটক। এখন এল্ট’ গাড়ীত আৰক্ষীয়ে চলাই অভিযান। অভিযানত জব্দ কৰে চাইলেঞ্চাৰ, এটা 3.3 ৰাইফল, ২০জাঁই গুলী। মহিলাসহ ৪জনক আটক কৰে আৰক্ষীয়ে। ধৃত আহমদ আলী, ইমৰান আলী আৰু হাছান আলী।

গোলকগঞ্জত এজন বেংক গ্ৰাহকৰ ধন চুৰি

গোলকগঞ্জত এজন বেংক গ্ৰাহকৰ ধন চুৰি। ৩ লাখ ১০ হাজাৰ টকাৰ বেগ লৈ গ’ল দুৰ্বৃত্তই। হালাকুৰা গ্ৰামীণ বিকাশ বেংকত সংঘটিত হৈছে এই ঘটনা। এটা পেট্ৰ’ল পাম্পৰ আছিল টকাখিনি। পেট্ৰ’ল পাম্পৰ মেনেজাৰে বেংকত জমা থ’বলৈ নিছিল টকাখিনি।…

বৈধ ঘোষণা অনিল বৰগোহাঁইৰ মনোনয়ন

অৱশেষত বৈধ ঘোষণা অনিল বৰগোহাঁইৰ মনোনয়ন। লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বৰগোহাঁই। নথি বিসংগতিৰ বাবে মঙলবাৰে স্থগিত ৰখা হৈছিল বৰগোহাঁইৰ মনোনয়ন। আজি মনোনয়ন বৈধ ঘোষণা কৰিলে নিৰ্বাচনী বিষয়াই। লখিমপুৰত প্ৰদান বৰুৱাৰ…

আৰ পিৰ সংগ দিছে গোৰ্খা ছাত্ৰ সন্থাই

ৰাম প্ৰসাদ শৰ্মাক মুকলি সমৰ্থন সদৌ অসম গোর্খা ছাত্র সন্থা আৰু অসম গোর্খা সন্মিলনৰ। ৰাম প্ৰসাদ শৰ্মাক কাষত থিয় দি দিল্লীত বাহৰ পাতিছে দুই সংগঠনৰ নেতৃত্ব। ৰাম প্ৰসাদ শৰ্মাক বিজেপিয়ে প্রাৰ্থিত্ব প্ৰদান নকৰিলে অসমৰ প্ৰায় ২৫ লাখ…

ভাতৃৰ হৈ ঋণৰ ধন পৰিশোধ কৰিলে মুকেশ আম্বাণীয়ে

উচ্চতম ন্যায়ালয়ৰ ডেডলাইনৰ পূৰ্বে এৰিকছন ঋণ পৰিশোধৰ গোচৰত ভাতৃ অনিল আম্বানীক মুক্ত কৰিলে মুকেশ আম্বানীয়ে। মুকেশ আম্বানী, নীতা আম্বানীক ধন্যবাদ জনালে অনিল আম্বানীয়ে। এৰিকছনৰ ঋণ পৰিশোধৰ বাবে অনিল আম্বানীক কঠোৰ নিৰ্দেশ দিছিল উচ্চতম…

তেজপুৰত নিশা লোমহৰ্ষক হত্যাকাণ্ড

তেজপুৰত নিশা লোমহৰ্ষক হত্যাকাণ্ড। এখন ছুইফট ডিজায়াৰ বাহনৰ ভিতৰতে হানি-খুঁচি হত্যা এজন যুৱকক। মৃত যুৱকজনৰ নাম হাচনি মুদাচিৰ। কলিবাৰীৰ পুৰণি বান থিয়েটাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱকজনৰ ঘৰ তেজপুৰৰ বাৰিকাচুবুৰীত।…

অসমৰ ৫ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ

অসমৰ আন ৫টা সমষ্টিৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ। মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা, তেজপুৰত এম জি ভি কে ভানু। লখিমপুৰত অনিল বৰগোহাঁই, নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ডিফুৰ প্ৰাৰ্থী বীৰেন সিং ইংতি। কংগ্ৰেছে অসমত প্ৰকাশ কৰিলে মুঠ…