শান্তি আলোচনাৰ বাবে আগ্ৰহী পাক প্ৰধানমন্ত্ৰীৰ

0 109
  • শান্তি আলোচনাৰ বাবে আগ্ৰহী পাক প্ৰধানমন্ত্ৰীৰ
  • ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে পাকিস্তান চৰকাৰে
  • পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্ৰত প্ৰকাশ এই কথা
  • ১৪ ছেপ্টেম্বৰত পাক প্ৰধানমন্ত্ৰীয়ে মোদীলৈ প্ৰেৰণ কৰিছিল পত্ৰ
  • ক্ৰিকেটৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰি প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা নৱ নিৰ্বাচিত পাক প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাই পত্ৰ প্ৰেৰণ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 
  • ইয়াৰ পিছতে নতুন পাক প্ৰধানমন্ত্ৰীয়ে শান্তি আলোচনাৰ ইচ্ছা প্ৰকাশ কৰি প্ৰেৰণ কৰিছিল পত্ৰ।
Comments
Loading...