চাবুৱা সাহিত্য সভাৰ কাৰ্যনিবাহক সভা

0 127

চাবুৱা সাহিত্য সভাৰ আজি এখন কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। চাবুৱা সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সভাত ভাগ্যেশ্বৰ গগৈক সভাপতি, পুস্তক ফুকনক সম্পাদক আৰু জগজীৱন গগৈক উপ-সভাপতি হিচাবে লৈ ২১ জনীয়া চাবুৱা শাখা সাহিত্য সভাখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয়।

Comments
Loading...