জেৰাই গাৱত সভা

0 195

ডিজিটেল ৰিপৰ্টঃ ডিব্ৰুগড় জিলা অন্তৰ্গত চাবুৱা জেৰাই গাঁৱত আজি অসম আন্দোলন সংগ্ৰামী মঞ্চৰ গঠন কৰাৰ সন্দৰ্ভত এখনি ৰাজহুৱা সভা আয়োজন কৰা হল। উত্ত সভাত প্ৰাক্তন মন্ত্ৰী তথা চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভৱেন বৰুৱা, শশাংক নেওগ, ইজৰাইল নন্দ, জ্যোতিমনি হাজৰীকা, প্ৰমোদ ভেংৰা, জিতু হাজৰিকা, লিখন দেবীকে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্হিত থাকে।

বিজেপি নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ধৰ্মৰ ভিত্তিত বিদেশীক সংস্থাপন কৰিব বিচৰা সিদ্ধান্তক সভাই সভাই কঠোৰ ভাষাৰে নিন্দা কৰে। 

Comments
Loading...