গান্ধী জয়ন্তীৰ পূৰ্বে চাবুৱাত চাফাই অভিযান

0 169

ডিজিটেল সংবাদঃ গান্ধী জয়ন্তীৰ পূৰ্বে চাবুৱাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চলালে চাফাই অভিযান। ডিব্ৰুগড় চাবুৱাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চাবুৱা মন্টফৰ্ট বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ৰূপায়ন কৰে স্বচ্ছতাৰ অভিযান।

স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে আজি পুৱাৰ ভাগত চাবুৱা বালিজান চাইডিংত এই চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।

Comments
Loading...