চাবুৱাৰ দলঙৰ মৰণফান্দ

0 119

মনোজ চেতিয়াঃ মৰণফান্দত পৰিণত বগৰিতলীয়া বালিজান সংযোগী দলং। উপযুক্ত মেৰামতি আৰু তত্ত্বাৱধানৰ অভাৱত মৰণফান্দত পৰিণত হৈছে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ বগৰিতলীয়া বালিজান সংযোগী পথত থকা একমাত্ৰ দলংখন৷

উল্লেখযোগ্য যে এই পথেৰে নিতৌ শ শ লোকে অহা যোৱা কৰে৷ বিশেষকৈ বাৰিষা এই দলংখন পানীৰ তলত থাকে৷ তথাপিও মৰণত শৰণ দি এই বিপদসংকুল দলঙৰ উপৰেদি মানুুহৰ আহ-যাহ চলে৷

Comments
Loading...