অসমীয়াৰ স্বাভিমান ‘জাপি’ক অপমান বলিউদৰ দুই অভিনেতা-অভিনেত্ৰীৰঃ ভাইৰেল ভিডিঅ’

0 1,607

ডিজিটেল ডেস্কঃ ‘জাপি’ হৈছে অসমৰ অসমীয়া মানুহৰ সাংস্কৃতিক প্ৰতীক। ‘জাপি’ত জড়িত আছে অসমীয়াৰ আৱেগ-স্বাভিমান। এটা জাতিৰ আৱেগ বা স্বাভিমানক কোনো বহিৰাগতই অপমান কৰে তেন্তে সেইয়া অতি দুৰ্ভাগ্যজনক আৰু গৰিহনাৰযোগ্য। শেহতীয়াকৈ বলিউদৰ দুই অভিনেতা-অভিনেত্ৰীয়ে অসমীয়াৰ স্বাভিমান জডি়ত থকা জাপিক অপমান কৰা এক দৃশ্য ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত।

‘ইণ্ডিয়া গত টেলেন্ট’ নামৰ টেলিভিছন ৰিয়েলিটি শ্ব’ত বলিউদৰ অভিনেত্ৰী কিৰণ খেৰ আৰু অভিনেতা কৰণ জোহৰে অপমান কৰিছে অসমীয়াৰ স্বাভিমান জাপিক। চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা সেই ভিডিঅ’টো পাঠকসকললৈ আগবঢ়ালো।

Comments
Loading...