পঞ্চায়ত নিৰ্বাচনলৈ সাজু কংগ্ৰেছ

0 216
  • পঞ্চায়ত নিৰ্বাচনক লৈ সাজু কংগ্ৰেছ।
  • উজনি অসমত সম্পূৰ্ণ হৈছে প্ৰাৰ্থী তালিকা।
  • নামনি অসমৰ কেইখনমান জিলাত বাকী আছে।
  • বুধবাৰৰ ভিতৰত চূড়ান্ত হ’ব বাকী থকা জিলাসমূহৰ প্ৰাৰ্থী তালিকা।
  • সোণাপুৰত অনুষ্ঠিত বৈঠকৰ অন্তত জনালে চন্দন সৰকাৰে।
  • সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
Comments
Loading...