বিশ্ব বক্সিঙত অসম সন্তানে দেখুৱাব চমক

0 155
  • বিশ্ব বক্সিঙত ইতিহাস ৰচিবলৈ সাজু দুগৰাকী অসমসন্তান।
  • আজি পদক জয়ৰ লক্ষ্যৰে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব লাভলিনা বৰগোহাঁই আৰু ভাগ্যৱতী কছাৰী।
  • ৬৯ কেজি শাখাত অৱতীৰ্ণ হ’ব লাভলীনাই অষ্ট্ৰেলিয়াৰ ফ্ৰান্সেছ স্কটৰ মুখামুখি হ’ব।
  • ৮১ কেজি শাখাত কলম্বিয়াৰ পাওলাৰ মুখামুখী হ’ব ভাগ্যৱতী কছাৰী।
Comments
Loading...