নাথুলাত ভাৰত-চীন সীমা বাণিজ্য সমাপণ

0 144
  • নাথুলাত ভাৰত-চীন সীমা বাণিজ্য সমাপণ।
  • ১ মে’ৰ পৰা চলিছিল এই সীমা বাণিজ্য।
  • ১৯৬২ৰ ভাৰত-চীন যুদ্ধৰ পিছত বন্ধ হৈ থকা এই বাণিজ্য ২০০৬ চনৰ পৰা পুনৰ আৰম্ভ হৈছিল।
  • ২০১৭ চনত ডোকলাম বিবাদৰ বাবে আশাজনক নাছিল বাণিজ্য।
  • এই বছৰ বাণিজ্য যথেষ্ট ফলপ্ৰসূ।
  • সামৰণি অনুষ্ঠানত উপস্থিত থাকে দুই দেশৰ প্ৰতিনিধি।
Comments
Loading...