অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিল ‘ভিলেজ ৰকষ্টাৰ্ছ’

0 177
  • অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল ‘ভিলেজ ৰকষ্টাৰ্ছ’।
  • শ্ৰেষ্ঠ ৯ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত নহ’ল ‘ভিলেজ ৰকষ্টাৰ্ছ’।
  • বিদেশী ছবিৰ শিতানত ভাৰতৰ অফিচিয়েল এন্ট্রী আছিল ছবিখন।
  • অস্কাৰৰ দৌৰৰ পৰা বাহিৰ আদিল হুছেইন অভিনীত ছবিও
  • বাহিৰ হৈছে আদিল অভিনীত ‘What Will People Say’।
  • বিদেশী ভাষাৰ শিতানত নিৰ্বাচিত হৈছে মুঠ ৯ খন ছবি।
  • ৮৭ ছবিৰ পৰা বাছনি কৰা হৈছে শ্ৰেষ্ঠ ৯ খন ছবি।
Comments
Loading...