৬৪ সংখ্যক NATIONAL SCHOOL GAMESত অসমৰ ছাত্ৰীৰ সাফল্য

0 114
  • ৬৪ সংখ্যক NATIONAL SCHOOL GAMESত অসমৰ ছাত্ৰীৰ সাফল্য।
  • ছুইমিঙত অসমৰ শিৱাংগী শৰ্মাই লাভ কৰে ৫টাকৈ সোণৰ পদক।
  • ১৪-১৯ ডিচেম্বৰলৈ হৈছিল এই প্ৰতিযোগিতা।
  • বৰ্তমান শিৱাংগী দিল্লীৰ ছুইমিং একাডেমীত প্ৰশিক্ষণৰত।
  • ৫০, ১০০, ২০০ মিঃ ফ্ৰী ষ্টাইল, ৪০০ মিঃ ফ্ৰী ষ্টাইল ৰেলী।
  • ৪০০মিঃ মেডলী ৰেলীত সোণৰ পদক শিৱাংগীৰ।
  • ইয়াৰোপৰি অসমৰ আস্থা চৌধুৰী, বিক্ৰম চাংমাই, ৰেহান মিৰ্জা।
  • অনুভূতি বৰুৱা, উত্তৰা গগৈয়ে লাভ কৰে বিশেষ সফলতা।
Comments
Loading...