বেয়া দিন চলিছে কংগ্ৰেছৰ! দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ

0 80
  • দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰা পদত্যাগ অজয় মাকেনৰ।
  • কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক দাখিল কৰিলে পদত্যাগ পত্ৰ।
  • স্বাস্থ্যজনিত কাৰণতে পদত্যাগ কৰা বুলি পদত্যাগ পত্ৰত উল্লেখ কৰিছে মাকেনে।
  • টুইটাৰযোগে ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন মাকেনৰ।
Comments
Loading...