ৱাটচাপৰ আৰ্হিৰে বিবাহৰ নিমন্ত্ৰণী পত্ৰ

0 193

ডিজিটেল ডেস্কঃ বিবাহৰ দিনটোক স্মৰণীয় কৰি ৰাখিবৰ কাৰণে বিভিন্নজনে বিভিন্নধৰণৰ আহিলা অৱলম্বন কৰে। কিন্তু শেহতীয়াকৈ গুজৰাটৰ এহাল দম্পতীয়ে এক অভিনৱ পন্থা অৱলম্বন কৰিছে। জনপ্ৰয়ি চ’ছিয়েল মিডিয়া ছাইট ৱাটছআপৰ আৰ্হিৰে প্ৰস্তুত কৰি উলিওৱা বিষয়াৰ নিমন্ত্ৰণী কাৰ্ডে সকলোৰে দৃষ্ট আকৰ্ষণ কৰিছে।

প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতে চাবুৱাৰ বিধায়কে চছিয়েল মিডিয়াত কি কলে?

গুজৰাটৰ চুৰাটৰ নিবাসী আৰ্জু আৰু চিন্তন নামৰ দম্পতীৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰখন প্ৰস্তুত কৰি উলিয়াইছে চিন্তনে। কাৰণ চিন্তন এগৰাকী ৱেব ডিজাইনাৰ। নিমন্ত্ৰণী পত্ৰখন সম্পূৰ্ণ কৰিবলৈ ৭ দিন সময় লাগিছিল। সম্পূৰ্ণ ৱাটচাপৰ আৰ্হিৰে প্ৰস্তুত কৰি উলিয়াইছে কাৰ্ডখন।

Comments
Loading...