আজি নিৰ্ণয় হব অসমৰ ভাগ্য

0 162
  • আজি নতুন দিল্লীত নিৰ্ণয় হ’ব অসমৰ ভাগ্য। যুটীয়া সংসদীয় কমিটীয়ে লোকসভাত দাখিল কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন। জেপিচিয়ে ইতিমধ্যে চূড়ান্ত কৰিছে প্ৰতিবেদনৰ প্ৰতিলিপি। বাংলাদেশক বাদ দিয়াৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিছিল জেপিচিৰ অন্যতম সদস্য তথা অসমৰ কংগ্ৰেছ সাংসদ ভুবনেশ্বৰ কলিতাই।
  • কংগ্ৰেছৰ এই প্ৰস্তাৱত সমৰ্থন জনাইছিল তৃণমূল কংগ্ৰেছেও। কিন্তু জেপিচিৰ বিৰোধী সদস্যৰ প্ৰস্তাৱ সংখ্যাগৰিষ্ঠতাৰ আলম হৈ বিজেপি সাংসদে পোনে পোনে খাৰিজ কৰে। ফলত অপৰিৱৰ্তিত হৈ ৰয় ২০১৬ চনত চৰকাৰে সংসদত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন।
Comments
Loading...