ছয় জনগোষ্ঠী আৰু বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

0 93
  • অৱশেষত অনুমোদন জনালে ছয় জনগোষ্ঠী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কত৷
  • মোডী কেবিনেটৰ অনুমোদনৰ পিছতে সংশোধনী বিধেয়ক উত্থাপন গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ৷
  • লোকসভাত উত্থাপন কৰিলে ৰাজনাথ সিঙে৷
  • ধ্বনি ভোটৰ পিছতে গৃহীত হ’ব বিধেয়ক৷
  • বিজেপিৰ সকলো সাংসদলৈ হুইপ জাৰি৷
Comments
Loading...