বিধেয়ক উত্থাপনৰ পিছতে কংগ্ৰেছে ত্যাগ কৰিলে সদন

0 132
  • বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত উত্থাপনৰ পিছতে কংগ্ৰেছৰ সদন ত্যাগ। 
  • বিধেয়কখন পুনৰ ছিলেক্ট কমিটীলৈ প্ৰেৰণ কৰাৰ দাবী। 
  • বিধেয়কখনৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ। 
  • সংসদত বিধেয়কখনৰ বিৰোধিতা কৰে জ্যেষ্ঠ সাংসদ সৌগত ৰয়ে। 
  • বিধেয়কখন গৃহীত হ’লে অসমত জুই জ্বলিব বুলি মন্তব্য। 
  • শীঘ্ৰে বিধেয়কখন বাতিলৰ দাবী ৰয়ৰ।
Comments
Loading...