এইয়া এক ঐতিহাসিক সিদ্ধান্ত

0 343

মুখ্যমন্ত্ৰী সোনোৱাল
অসমৰ খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ বাবে কমিটী গঠন কৰাৰ পাছতে মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠী- এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি কেন্দ্ৰীয় কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি জনাইছোঁ। এয়া ঐতিহাসিক সিদ্ধান্ত। পূৰ্বতে কোনো এখন চৰকাৰেই অসম আৰু অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থত কেন্দ্ৰীয় কেবিনেটত এনে দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰাৰ সাহস দেখুওৱা নাছিল।

এই বলিষ্ঠ পদক্ষেপে অসমৰ খিলঞ্জীয়া জাতিসত্তাক নীতিগতভাৱে ৰক্ষণাবেক্ষণ দিয়াৰ লগতে স্বকীয়তা সুৰক্ষিত কৰিব। 

(ফেচবুক ৱালৰ পৰা..)

Comments
Loading...