পুনৰ অপসাৰণ আলোক বাৰ্মাক

0 50
  • পুনৰ চি বি আইৰ সঞ্চালক পদৰ পৰা অপসাৰণ আলোক বাৰ্মাক। 
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হাই পাৱাৰ ছিলেকচন কমিটীয়ে কেইবাটাও অভিযোগত অপসাৰণ কৰে বাৰ্মাক। 
  • অৱসৰৰ ২১ দিন পূৰ্বে পদচ্যুত হ’ল চিবিআইৰৰ সঞ্চালকগৰাকী। 
  • অগ্নিনিৰ্বাপক বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছে বাৰ্মাক। 
  • মাত্ৰ ২১ দিনৰ বাবে এই পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছতে অৱসৰ গ্ৰহণ কৰিব বিষয়াগৰাকীয়ে। 
  • চিবিআইৰৰ নতুন সঞ্চালক নিযুক্তি নোহোৱালৈ এই পদৰ দায়িত্ব চম্ভালিব এম নাগেশ্বৰ ৰাওৱে।
Comments
Loading...