বিজেপি নেতা মালব্য কলিতাৰ আত্মসমৰ্পণ

0 112
  • ছয়গাঁৱত দুমাহ পূৰ্বে দুই কিশোৰীক বলাৎকাৰত অভিযুক্ত বিজেপি নেতা মালব্য কলিতাৰ আত্মসমৰ্পণ। 
  • দুমাহ ধৰি পলাই আছিল বিজেপি নেতাজন। 
  • জেৰাৰ বাবে মালব্য কলিতাক ৰখা হৈছে ছয়গাঁও থানাত।
  •  মালব্য কলিতাৰ ঘৰ বৰিহাট শিকাৰহাতীত।
Comments
Loading...