থলুৱাৰ সুৰক্ষা নিশ্চিত কৰক

0 118

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত বসবাস কৰা থলুৱা খিলঞ্জীয়াসকলৰ জীৱন–সম্পত্তি ৰক্ষা কৰাৰ দাবী উত্থাপন কৰিছে অনুপ চেতিয়াই। শান্তি–সম্প্ৰীতি অটুট ৰাখি পূৰ্বৰ অৱস্থা বাহাল ৰাখিবলৈ অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া জনগণ, দল–সংগঠন, চৰকাৰী পক্ষলৈ আহ্বান।

নিহতৰ পৰিয়াল আৰু আহতসকললৈ ক্ষতিপুৰণৰ লগতে উচিত চিকিৎসাৰো দাবী কৰিছে। অৰুণাচল প্ৰদেশৰ সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী নৰ্থ ইষ্ট ইণ্ডিজেনিয়াছ পিপুল্ছ ফ’ৰামৰ। তিনিচুকীয়াত এক সংবাদমেলত এই দাবী কৰিছে চেতিয়াই।

Comments
Loading...