সুৰা ট্ৰেজেদীঃ মৃত্যুৰ সংখ্যা ১৬১ লৈ বৃদ্ধি

0 65
  • বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি। 
  • আজি চিকিৎসাধীন অৱস্থাত মৃত্যু গোলাঘাটৰ এজন লোকৰ। 
  • মৃত লোকজনৰ নাম মহেন্দ্ৰ কুৰ্মী। 
  • গোলাঘাটত এইপৰ্যন্ত মুঠ ৬১জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৪৯জন লোক।
Comments
Loading...