চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী

0 164
  • জঈছ–ঈ–মহম্মদৰ ঘাটিত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী।
  • পাঁচখন চহৰৰ কেইবাটাও স্থানত বিশেষ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।
  • ৰাজধানী দিল্লী, মুম্বাই, ৰাজস্থান, গুজৰাট আৰু পঞ্জাব হ’ব পাৰে সন্ত্ৰাসবাদীৰ মূল লক্ষ্য।
  • পঞ্জাবৰ তিনিখন জিলাত সতৰ্কতা অৱলম্বন কৰাৰ নিৰ্দেশ।
Comments
Loading...