বিষাক্ত সুৰা খাই সন্ধানহীন যুৱক

0 137
  • নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱৰ বিষাক্ত সুৰা খাই অসুস্থ হোৱা দীপক ৰাজবংশী সন্ধানহীন।
  • সুৰা খাই অসুস্থ হৈ চিকিৎসাৰ বাবে গৈছিল গোলাঘাটলৈ।
  • সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা সন্ধানহীন লোকজন।
  • গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতে গোলাঘাটৰ নগৰৰ পানী টেংকী অঞ্চলৰপৰা সন্ধানহীন লোকজন।
  • ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
Comments
Loading...