মাছুদ আজাহাৰাক গ্লবেল সন্ত্ৰাসবাদী ৰূপে ঘোষণাৰ সম্ভাৱনা

0 85
  • আজি জঈছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰাক গ্লবেল সন্ত্ৰাসবাদী ৰূপে ঘোষণাৰ সম্ভাৱনা।
  • ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আজি উত্থাপন হ’ব বিষয়টো।
  • বিশ্বজুৰি আজাহাৰাক সন্ত্ৰাসবাদী ৰূপে ঘোষিত কৰাৰ বাবে আমেৰিকা আৰু ফ্ৰান্সৰ প্ৰস্তাৱ চীনে বিৰোধিতা নকৰিলে অহা সপ্তাহত গৃহীত হ’ব প্ৰস্তাৱ।
  • আজাহাৰৰ নিৰ্দেশত ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত JeM-এ সন্ত্ৰাসবাদী কাৰ্যকলাপেৰ অব্যাহত ৰাখিছে।
Comments
Loading...