কৰিমগঞ্জত অব্যাহত চোৰাং গৰুৰ সৰবৰাহ

0 82
  • কৰিমগঞ্জত ৬ চোৰাং গৰু ব্যৱসায়ীক আটক।
  • আৰক্ষীয়ে লোককেইজনৰ পৰা জব্দ কৰে দুটা গৰুৰ লগতে এখন টাটা ডি আই আৰু এখন এল্ট’ গাড়ী।
  • ধৃত লোককেইজনৰ নাম আব্দুল হক, চিৰাজ উদ্দিন, আব্দুল ৰহমান, হাচিব উদ্দিন, চাহিমুল উদ্দিন আৰু জহিৰুল উদ্দিন।
  • নগদ ১ লাখ ৬ হাজাৰ টকাও জব্দ কৰিছে লোককেইজনৰ পৰা।
Comments
Loading...