মিত্ৰতাৰ বিৰুদ্ধে গৈ বহিস্কৃত অগপৰ দুই নেতাক

0 64
  • অগপৰ ২ সদস্যক এবছৰৰ বাবে অব্যাহতি।
  • কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা নীৰেন শৰ্মা আৰু হৰেশ ভূঞাক অব্যাহতি অগপৰ।
  • অগপ আৰু বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা কৰিছিল। যোৰহাট অগপ কাৰ্যালয়ত দাহ কৰিছিল প্ৰতিকৃতি।
  • অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰিছিল।
  • অগপৰ সভাপতিৰ নিদেৰ্শত দুয়োকে নিলম্বন।
  • ঘটনাক লৈ অগপৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি।
Comments
Loading...