মাজনিশাই শপত ললে গোৱাৰ নতুন মুখ্যমন্ত্ৰীয়ে

0 177
  • গোৱাৰ নতুন মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত।
  • পানাজীত নিশা শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ল।
  • ৰাজ্যপাল মৃদুলা সিনহাই পাঠ কৰোৱালে শপতবাক্য।

  • উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে দুগৰাকীয়ে।
  • এম জি পিৰ নেতা সুদিন ধৱলিকাৰে আৰু জি এফ পি দলৰ নেতা বিজয় সৰদেশাইয়েও ল’লে শপত।

  • মুঠ ১১গৰাকীয়ে কেবিনেট মন্ত্ৰী ৰূপে শপতগ্ৰহণ।
  • মনোহৰ পাৰিকৰৰ বিয়োগৰ পিছতে শপত ল’লে প্ৰমোদ সাৱন্তে।
Comments
Loading...