আৰ পিৰ সংগ দিছে গোৰ্খা ছাত্ৰ সন্থাই

0 249
  • ৰাম প্ৰসাদ শৰ্মাক মুকলি সমৰ্থন সদৌ অসম গোর্খা ছাত্র সন্থা আৰু অসম গোর্খা সন্মিলনৰ।
  • ৰাম প্ৰসাদ শৰ্মাক কাষত থিয় দি দিল্লীত বাহৰ পাতিছে দুই সংগঠনৰ নেতৃত্ব।
  • ৰাম প্ৰসাদ শৰ্মাক বিজেপিয়ে প্রাৰ্থিত্ব প্ৰদান নকৰিলে অসমৰ প্ৰায় ২৫ লাখ গোৰ্খা সম্প্ৰদায়ৰ লোক গেৰুৱা দলটোক পৰাভূত কৰিবলৈ তৎপৰ হ’ব।
  • দিল্লীত এই হুংকাৰ সদৌ অসম গোর্খা ছাত্র সন্থাৰ সভাপতি প্ৰেম তামাঙৰ।
Comments
Loading...