গোলকগঞ্জত এজন বেংক গ্ৰাহকৰ ধন চুৰি

0 117
  • গোলকগঞ্জত এজন বেংক গ্ৰাহকৰ ধন চুৰি।
  • ৩ লাখ ১০ হাজাৰ টকাৰ বেগ লৈ গ’ল দুৰ্বৃত্তই।
  • হালাকুৰা গ্ৰামীণ বিকাশ বেংকত সংঘটিত হৈছে এই ঘটনা।
  • এটা পেট্ৰ’ল পাম্পৰ আছিল টকাখিনি।
  • পেট্ৰ’ল পাম্পৰ মেনেজাৰে বেংকত জমা থ’বলৈ নিছিল টকাখিনি।
  • মেনেজাৰজন মোবাইলত কথা পতাত ব্যস্ত থকাৰ টকাভৰ্তি বেগ লৈ উধাও দুৰ্বৃত্ত।
Comments
Loading...