কংগ্ৰেছ এৰিলে এ পি চি চিৰ সম্পাদকে

0 72
  • কংগ্ৰেছ ত্যাগ এ পি চি চিৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰৰ।
  • দল ত্যাগৰ সিদ্ধান্তৰে ৰিপুণ বৰালৈ পত্ৰ প্ৰেৰণ।
  • কংগ্ৰেছৰ শেহতীয়া কামক লৈ ক্ষোভ বৰঠাকুৰৰ।
  • এ আই ইউ ডি এফৰে মিত্ৰতাৰ অভিযোগ তুলিও ক্ষোভিত।
  • মিডিয়া কোষৰো দায়িত্বত আছিল বৰঠাকুৰ।
Comments
Loading...