কংগ্ৰেছত যোগদান বলীউদৰ অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ

0 67
  • কংগ্ৰেছত যোগদান বলীউদৰ অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ।
  • উত্তৰ মুম্বাই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে অভিনেত্ৰীগৰাকী।
  • উৰ্মিলা মাতণ্ডকাৰক উষ্ম আদৰণি জনালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে।
  • কংগ্ৰেছত যোগদান কৰি উৰ্মিলাই কয় – আজিৰ পৰিস্থিতিত আমাক এনেকুৱা নেতা লাগে যিয়ে সকলোকে লগত লৈ আগবাঢ়ে, যিয়ে সকলোকে ন্যায় প্ৰদানত বিশ্বাস কৰে।
Comments
Loading...