বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

বিজেপিৰ ইস্তাহাৰত কৃষক, মহিলা, দৰিদ্ৰলৈ মেটমৰা প্ৰতিশ্ৰুতিৰ জোৱাৰ

0 23
  • দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ।
  • বিজেপিৰ ইস্তাহাৰত কৃষক, মহিলা, দৰিদ্ৰলৈ মেটমৰা প্ৰতিশ্ৰুতিৰ জোৱাৰ।
  • এইবাৰৰ ইস্তাহাৰত স্থান লাভ কৰিবলগীয়া সম্ভাব্য বিষয়সমূহ হল।
  • ৰাষ্ট্ৰীয় সুৰক্ষাক প্ৰাধান্য দিয়া হ’ব ইস্তাহাৰত।
  • কৃষকৰ মাহিলী পেঞ্চন আৰু কৃষক ভবিষ্যনিধিৰ কথাও সোমাব পাৰে ইস্তাহাৰত।
  • জীৱিকা আৰু স্বাৱলম্বনৰ ক্ষেত্ৰত থাকিব পাৰে বিশেষ ঘোষণা।
  • সাধাৰণ বৰ্গৰ দৰিদ্ৰসকললৈ ১০ শতাংশ সংৰক্ষণৰ প্ৰসংগও হ’ব পাৰে ইস্তাহাৰত চামিল।
  • প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা সন্দৰ্ভত থাকিব পাৰে বিস্তৃত পৰ্যালোচনা।
  • মন্ত্ৰী পৰিষদত ১৫ শতাংশ মহিলা অন্তৰ্ভুক্তিৰ নিশ্চিত কৰণৰ আশ্বাস।
  • ইস্তাহাৰত ৰাম মন্দিৰ নিৰ্মাণ প্ৰসংগ আৰু অনুচ্ছেদ ৩৭০ বিলুপ্তিকৰণ প্ৰসংগও সন্নিবিষ্টৰ সম্ভাৱনা।
Comments
Loading...