বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

0 26
  • বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ।
  • ৰাজনাথ সিঙে প্ৰকাশ কৰিলে ‘সংকল্প পত্ৰ’।
  • ৬ কোটি লোকৰ মতামত লৈ ইস্তাহাৰ প্ৰস্তুত। নতুন ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতি বিজেপিৰ।
  • ইস্তাহাৰত নাগৰিক সংশোধনী বিধেয়ক প্ৰসংগ উত্থাপন।
  • ‘কেব গৃহীত কৰিবলৈ বদ্ধপৰিকৰ বিজেপি, বিজেপি চৰকাৰ আহিলে গৃহীত হ’বই বিধেয়কখন।’– ইস্তাহাৰ প্ৰকাশ কৰি ৰাজনাথ সিঙৰ ঘোষণা।
  • ‘শীঘ্ৰে সমাধান কৰা হ’ব ৰাম মন্দিৰ প্ৰসংগ।
  • ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত দিয়া হ’ব অধিক গুৰুত্ব।
  • অবৈধ অনুপ্ৰৱেশ ৰোধৰ লোৱা হ’ব পদক্ষেপ।
  • ভাৰতক বিশ্বৰ তৃতীয় অৰ্থনীতি কৰাৰ চেষ্টা।
  • ২০২২ চনৰ ভিতৰত পূৰণ কৰা হ’ব সকলো প্ৰতিশ্ৰুতি।
  • মহিলা-কৃষকক সবলীকৰণৰ প্ৰতিশ্ৰুতিৰ লগতে ক্ষুব্ধ খেতিয়কলৈ পেঞ্চনৰ ব্যৱস্থাৰো প্ৰতিশ্ৰুতি।
  • ৬০ বছৰৰ সকলো কৃষকে পাব সুবিধা।
  • গঠন কৰা হ’ব ৰাষ্ট্ৰীয় ব্যৱসায়ী আয়োগ।’– বিজেপিৰ ইস্তাহাৰত প্ৰকাশ এইসমূহ প্ৰতিশ্ৰুতি।
Comments
Loading...